• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আত্মহত্যাৰ প্ৰৰোচনাৰ গোচৰত অৰ্ণৱ গোস্বামীসহ তিনি অভিযুক্তক জে’ললৈ প্ৰেৰণ আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2020 7:30 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনভয় নাইক আৰু তেওঁৰ মাতৃৰ আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু অন্য দুগৰাকী লোকক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

বুধবাৰে পুৱা ২০১৮ চনৰ এটা আত্মহত্যাৰ প্ৰৰোচনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱ গোস্বামীক।

Apply Now

মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীসহ অন্য দুজনক মুম্বাইৰ আলিবাগ আদালত হাজিৰ কৰোৱাই। আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে সেয়া খাৰিজ কৰি ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ইফালে বুধবাৰে অৰ্ণৱ গোস্বামীৰ অধিবক্তা অবদ প’ণ্ডাই সংবাদ মাধ্যমক জনায় যে অৰ্ণৱ গোস্বামীৰ জামিনৰ বাবে ন্যায়ালয়ত আবেদন কৰিছে। বৃহস্পতিবাৰে দিনৰ ভাগত অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি লোৱাৰ সম্ভাৱনা আছে।

যদি অৰ্ণৱ গোস্বামীয়ে আজি জামিন লাভ নকৰে তেনে ১৪ দিন কাৰাগাৰতে কটাব লাগিব!

উল্লেখ্য যে বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজ বাসগৃহৰ পৰা ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু কুমুদ নাইকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰ কৰে।

ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু কুমুদ নাইকৰ ২০১৮ চনৰ আত্মহত্যাৰ গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা বুলি মুম্বাই আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল।

২০১৮ চনৰ মে’ মাহত ৫৩ বছৰীয়া ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকে আত্মহত্যা কৰিছিল।

অভিযোগ উঠিছিল যে ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইকে কামৰ বিনিয়মত পাব লগীয়া ৫.৪০ কোটি টকা অৰ্ণৱ গোস্বামী, ফিৰোজ শ্বেইখ আৰু নীতেশ চাদ্ৰাই আদায় দিয়া নাছিল।

আনহাতে আৰক্ষীয়ে বুধবাৰে সন্ধিয়া অৰ্ণৱ গোস্বামী, পত্নী, আৰু পৰিয়ালৰ আন এজন সদস্যৰ লগতে অন্য দুজন ব্যক্তিৰ বিৰুদ্ধে কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ আৰু আৰক্ষীৰ কৰ্তব্যত বাধা প্ৰদান কৰাৰ অভিযোগত মুম্বাই এন এম যোশী মাৰ্গ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪, ৩৫৩, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে দাবী কৰিছে যে পুৱা অৰ্ণৱ গোস্বামীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীৰ দলটোক তেওঁৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ নিদি প্ৰায় ৩ ঘণ্টা সময় বাহিৰত অপেক্ষা কৰোৱাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

July 3, 2026 10:05 am
নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

July 3, 2026 10:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd