• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজহুৱা স্থানত অশ্লীল ভিডিঅ’ শ্বুটিং আৰু ভাইৰেল কৰি বিপদত পৰিছে অভিনেত্ৰী পুনম পাণ্ডে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2020 9:39 am
poonampandey-1604477577
700
VIEWS
Share on FacebookShare on Twitter

অভিনেত্ৰী পুনম পাণ্ডেৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছে গোৱা আৰক্ষীয়ে।

গোৱা আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি গোৱাৰ চাপলিৰ কানাক’নাস্থিত এটা বান্ধত অশ্লীল ভিডিঅ’ শ্বুটিং কৰি ভিডিঅ’টো ভাইৰেল কৰাৰ অভিযোগত বুধবাৰে অভিনেত্ৰী পুনমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

বান্ধটোৰ তদাৰকৰ দায়িত্বত থকা গোৱাৰ জল সম্পদ বিভাগে অভিনেত্ৰী গৰাকীয়ে ৰাজহুৱা স্থান তথা সম্পদৰ ক্ষেত্ৰত অনধিকাৰেৰে প্ৰৱেশ কৰি অশ্লীল ভিডিঅ’ শ্বুটিং কৰাৰ অভিযোগ তুলি আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছিল।

এই অভিযোগৰ সন্দৰ্ভত অভিনেত্ৰী পুনম পাণ্ডক সোধ পোচৰ বাবে আৰক্ষীয়ে চমন প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে উপ আৰক্ষী অধীক্ষ নেলচন এলবুকুৰাক-এ।

“এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত পাণ্ডেৰ বিৰুদ্ধ এটা গোচৰ ৰুজু কৰা হৈছে। তেওঁ চৰকাৰী তথা ৰাজহুৱা সম্পদৰ ক্ষেত্ৰত অনধিকাৰ প্ৰৱেশ কৰি অশ্লীল ভিডিঅ’ শ্বুটিং আৰু ভাইৰেল কৰাৰ বাবে এই গোচৰ ৰুজু কৰা হৈছে।” উপ আৰক্ষী অধীক্ষ নেলচন এলবুকুৰাক-এ কয়।

ইফালে এগৰাকী লোকে ৰাজহুৱা সম্পদক অপব্যৱহাৰ কৰি অশ্লীল ভিডিঅ’ শ্বুটিং কৰিবলৈ কেনেকৈ সক্ষম হ’ল বুলি প্ৰশ্ন কৰিছে গোৱা প্ৰদেশ কংগ্ৰেছৰ লগতে গোৱা ফৰৱাৰ্ড পাৰ্টিয়ে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd