• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তেজনা হ্ৰাসৰ বাবে অসম-মিজোৰাম সীমান্তত নিয়োগ কৰা হ’ব কেন্দ্ৰীয় বাহিনী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2020 10:04 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.2k
VIEWS
Share on FacebookShare on Twitter

অসম আৰু মিজোৰামৰ মাজত চলি থকা উত্তেজনা হ্ৰাস কৰাৰ উদ্দ্যেশ্যে অতি শীঘ্ৰে সীমান্তত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা হ’ব বুলি অসমৰ নৱ নিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই বুধবাৰে কয়।

যোৱা মাহৰ পৰাই ১৬৪ কিলোমিটাৰ সীমাৰ কাষৰ অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈ আছে।

হিংসাৰ ফলত দুয়োখন ৰাজ্যৰ মাজত সম্পৰ্কই ফাট মেলাৰ উপৰি এই ঘটনাত যথেষ্ট পৰিমানে দুয়োখন ৰাজ্যৰ আৰক্ষী বাহিনীও আঘাতপ্ৰাপ্ত হৈছিল।

অভিযোগ অনুসৰি, মিজোৰামৰ সুৰক্ষা বাহিনীয়ে অসমৰ ভূমি দখল কৰিছে আৰু সেয়া মিজোৰামে নিজৰ বুলি দাবী কৰে। ইয়াৰ পিছতে দুয়োখন ৰাজ্যৰ মাজত সৃষ্টি হয় হিংসাত্মক কাৰ্যকলাপ।

অসম চৰকাৰৰ মুখ্য সচিব বৰুৱাই কয়, ‘ভাৰত চৰকাৰে ইংগিত দিছে যে কেন্দ্ৰীয় সুৰক্ষা বাহিনী উপলব্ধ কৰা হ’ব… মই ভাবো দুয়োপক্ষতে শান্তি ঘূৰি আহিব’।

উল্লেখ্য যে অসম আৰু মিজোৰামৰ লোকৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হৈছিল য’ত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছিল। যাৰ পিছত দুয়োখন ৰাজ্যৰ সীমাত উত্তেজনা বৃদ্ধি পাইছে।

হিংসাৰ সময়ত ঘৰ আৰু দোকান জ্বলাই দিয়া হৈছিল। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমগ্ৰ বিষয়টো দেওবাৰে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয় আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ক অৱগত কৰিছিল।

জানিব পৰা মতে দুয়োখন ৰাজ্যৰ সীমান্তত বৰ্তমান পৰিস্থিতি স্বাভাৱিক অৱস্থাত আছে। হিংসা প্ৰভাৱিত অঞ্চলটোত আছে মিজোৰামৰ বৈৰাংটে গাঁও আৰু অসমৰ লানপুৰ।

এই বিষয়টো সমাধানৰ বাবে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাৰ সভাপতিত্বত দুয়োখন ৰাজ্যৰ সৈতে সোমবাৰে এখন সভা অনুষ্ঠিত হ’ব। এই বৈঠকত দুয়োখন ৰাজ্যৰ মুখ্য সচিব উপস্থিত থাকিব।

মুখ্য মন্ত্ৰী সোণোৱালে মিজোৰামৰ মুখ্য মন্ত্ৰীৰ সৈতে ফোনত কথা পাতিছিল আৰু বিষয়টোৰ এক সৌহাৰ্দ্যমূলক সমাধানৰ ওপৰত গুৰুত্ব দিয়ে।

এই সন্দৰ্ভত মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই সোণোৱালক শান্তি ঘূৰাই অনাৰ আশ্বাস দিয়ে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd