• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ নিৰ্বাচনত ইতিহাস; মুঠ ভোটৰ হিচাপত অ’বামাৰ ৰেকৰ্ডো ভংগ কৰিলে বিডেনে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2020 3:34 pm
Biden -Kamala

আমেৰিকাৰ নিৰ্বাচনৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি পদৰ ডেম'ক্ৰেট প্ৰাৰ্থী জো বিডেন আৰু কমলা হেৰিছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী প্ৰক্ৰিয়াৰ জটিলতাৰ বাবে নিৰ্বাচনী জয়ৰ ফলাফল এতিয়াও নিশ্চিত কৰা হোৱা নাই যদিও ইয়াৰ মাজতে ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনে এক বিৰল অভিলেখ গঢ়িলে।

আমেৰিকাৰ নিৰ্বাচনী ইতিহাসত সৰ্বোচ্চ ভোট লাভ কৰিছে বিডেনে। ইয়াৰ পূৰ্বে এই ৰেকৰ্ড আছিল বাৰাক অ’বামাৰ।

Apply Now

বাৰাক অ’বামাই ২০০৮চনত ৬কোটি ৯০লাখতকৈ অলপ বেছি ভোট লাভ কৰিছিল। আনহাতে, এতিয়াও কেইখনমান প্ৰদেশৰ ভোটগণনা বাকী থকা অৱস্থাত বিডেনে ইতিমধ্যে মুঠ ৭কোটি ভোটৰ সীমা অতিক্ৰম কৰি গৈছে।

সেইদৰে, বিডেনৰ ভোটৰ পৰিমান স্বাভাৱিকতেই আৰু বহুখিনি বৃদ্ধি পোৱাটো নিশ্চিত।

এতিয়ালৈকে প্ৰায় কেইখন প্ৰদেশতে দুয়োগৰাকী প্ৰাৰ্থীয়ে সমানে সমানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ আনকি ডোনাল্ড ট্ৰাম্পেও পূৰ্বৰ তুলনাত বহু বেছি ভোট লাভ কৰিছে।

বৰ্তমানলৈকে ট্ৰাম্পে ৬কোটি ৭৩ লাখ ভোট লাভ কৰি আছে। তেওঁৱো আনকি অ’বামাৰ মুঠ ভোটৰ ৰেকৰ্ড ভাঙিবলৈ আগবাঢ়িছে।

এই পৰ্যন্ত বিডেন ট্ৰাম্পতকৈ প্ৰায় ২ কোটি ৭০ লাখ ভোটত আগবাঢ়ি আছে আৰু এতিয়াও কমেও ২কোটি ৩০লাখ ভোটৰ গণনা বাকী আছে।

অৱশ্যে, কোনে কিমান ভোট পালে তাৰ ওপৰত আমেৰিকাৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল নিৰ্ভৰ নকৰে। আমেৰিকাৰ নিৰ্বাচনৰ ফলাফল নিৰ্ভৰ কৰে কোনগৰাকী প্ৰাৰ্থীয়ে কিমান ‘ইলেক্ট্ৰ’ৰেল ভোট’ লাভ কৰিলে তাৰ ওপৰত।

এতিয়ালৈকে ট্ৰাম্প বা বিডেন কোনোৱে ইলেক্ট্ৰ’ৰেল কলেজৰ হিচাপত যাদুকৰী সংখ্যা স্পৰ্শ কৰিব পৰা নাই। ইয়াৰে ৫৩৮খন আসনৰ ইলেক্ট্ৰ’ৰেল কলেজত যাদুকৰী সংখ্যাটো হৈছে ২৭০।

এতিয়া ২৬৪টা ইলেক্ট্ৰ’ৰেল আসন লাভ কৰি ডেম’ক্ৰেট বিডেন হোৱাইট হাউছ দখলৰ পথত অগ্ৰসৰ হৈছে। সেইদৰে ২১৪খন আসন লাভ কৰি  প্ৰতিদ্বন্দ্বিতাত ডোনাল্ড ট্ৰাম্প বহু পাছ পৰি ৰৈছে।

আমেৰিকাৰ এইবাৰৰ নিৰ্বাচনত মুঠ ভোটৰ সংখ্যাই দেশখনৰ নাগৰিকে যে পৰিৱৰ্তনৰ বাবে ভোট দিছে তাকেই প্ৰতীয়মান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd