• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিয় স্থানান্তৰ কৰা হ’ল কুখ্যাত তাল’জা জেইললৈ? : কাৰাগাৰত মোবাইল ব্যৱহাৰ কৰি ধৰা পৰিল কাৰাৰুদ্ধ অৰ্ণৱ গোস্বামী!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2020 3:37 pm
Arnab-Goswami-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱা কাৰাৰুদ্ধ সাংবাদিক অৰ্ণৱ গোস্বামীক ৰায়গড়ৰ পৰা নৱী-মুম্বাইৰ কুখ্যাত তাল’জা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।

আৰক্ষীৰ অভিযোগ যে ন্যায়িক জিম্মাত আলিবাগত কাৰাৰুদ্ধ হৈ থকা বিতৰ্কিত সাংবাদিক গৰাকীয়ে মোবাইল ফোন ব্যৱহাৰ কৰিছিল।

Apply Now

উল্লেখ্য যে আত্মহত্যাৰ পৰোচনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অৰ্ণৱ গোস্বামীক আলীগড় আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। তেতিয়াৰ পৰাই বিতৰ্কিত সাংবাদিক গৰাকীয়ে আলিবাগত কাৰাৰুদ্ধ হৈ আছিল।

তদন্তকাৰী বিষয়াৰ জামিল শ্বেইখৰ উদ্ধৃতিৰে ইণ্ডিয়া টুডেৰ বাতৰিত কোৱা হৈছে যে কাৰাৰুদ্ধ সাংবাদিক গৰাকীয়ে কাৰাগাৰৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।

“যোৱা শুকুৰবাৰে সন্ধিয়া গোস্বামীয়ে কাৰোবাৰ পৰা মোবাইল ফোন লৈ চ’ছিয়েল মিডিয়াত সক্ৰিয় হৈ আছিল। বুধবাৰে ৱাৰ্লীৰ তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ ফোন আমি জব্দ কৰিছিলো। গোচৰটোৰ তদন্তকাৰী বিষয়া হিচাপে মই আলিবাগ জেইলৰ অধীক্ষকলৈ কাৰাৰুদ্ধ অৱস্থাত তেওঁৰ কাৰ পৰা মোবাইল ফোন লাভ কৰিলে সেয়া তদন্ত কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছো। ইয়াৰ বাবেই দেওবাৰে পুৱা তেওঁক আলিবাগৰ পৰা তাল’জা জেইললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।” তদন্তকাৰী বিষয়া শ্বেইখে কয়।

দেওবাৰে(আজি) পুৱা বিতৰ্কিত সাংবাদিক গৰাকীক আলিবাগৰ পৰা তাল’জা জেইললৈ স্থানান্তৰ কৰাৰ সময়ত তেওঁক আৰক্ষীয়ে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক : ‘মোৰ জীৱনলৈ ভাবুকি আহিছে, অনুগ্ৰহ কৰি আদালতক জনাওক’ : অৰ্ণৱ গোস্বামীৰ বিননি

ইফালে বোম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি অহা ৯ নৱেম্বৰলৈকে স্থগিত ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

July 3, 2026 10:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd