• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ নদী পৰ্যটনৰ ক্ষেত্ৰত নতুন খোজ : গুপ্তকাশী বিশ্বনাথ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰত নদী বিহাৰ বিশ্বনাথৰ সাংবাদিকৰ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
November 9, 2020 2:55 pm
2b5dda07-b1ed-4f9c-bf73-3ad6cf31a2d1-01
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বিতীয় কাশী হিচাপে জনাজাত গুপ্তকাশী বিশ্বনাথ ঘাটক পৰ্যটনৰ মানচিত্ৰত  উপস্থাপন কৰাৰ বাবে ইতিমধ্যে বিভিন্ন জনে বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰ তথা বিশাল বুঢ়ালুইতৰ দুবাহুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অপৰূপ সৌন্দৰ্যৰে উপচাই ৰাখিবলৈ সক্ষম হৈ আহিছে গুপ্তকাশী বিশ্বনাথ ঘাট।

কিন্তু পিছ পৰি আছে পৰ্যটনৰ মানচিত্ৰত এক সুকিয়া পৰিচয় দাঙি ধৰাত। এই ক্ষেত্ৰত ব্যক্তিগতেই হ‌ওঁক অথবা চৰকাৰী ভাবে বিভিন্ন সময়ত বহু প্ৰচেষ্টা হাতত লোৱা দেখা পোৱা গৈছে।

Apply Now

সমান্তৰালকৈ এই বুঢ়ালুইতৰ বুকুৱেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰ পৰিদৰ্শন কৰাৰ বাবে বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ অধীনত থকা বিশ্বনাথ ঘাটস্থিত কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত ইতিমধ্যে গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা।

নদী বিহাৰ যাত্ৰাৰ জৰিয়তে পৰ্যটকসকলক আকৰ্ষিত কৰাৰ লগতে নদী পৰ্যটনৰ দিশত এক নতুন দিগন্তৰ সুচনা হ’ব বুলি আশাবাদী বন বিভাগ লগতে আশাবাদী পৰ্যটন অনুৰাগীসকল।

ইতিমধ্যে বিগত ৩১ অক্টোবৰ তাৰিখে বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী মুকুট চন্দ্ৰ দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিশ্বনাথ ঘাটৰ কেন্দ্ৰীয় বনাঞ্চলিক বিষয়া ইকবাল হুছেইন আৰু বহু কেইজন পৰ্যটকৰ উপস্থিতিত শুভ উদ্বোধন কৰা হৈছিল ৰোমাঞ্চকৰ নদী বিহাৰ যাত্ৰা ।

আজি গুপ্তকাশী বিশ্বনাথ ঘাটক পৰ্যটন নগৰী হিচাপে পৰ্যটন অনুৰাগীসকলৰ মাজত ইতিবাচক প্ৰভাৱ পেলাই নদী বিহাৰ যাত্ৰাৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ ক্ষেত্ৰত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশ্বনাথ চাৰিআলিৰ অন্তৰ্গত জ্যেষ্ঠ-কণিষ্ঠ সাংবাদিকসকলৰ সৈতে বন বিভাগে আয়োজন কৰে নদী বিহাৰ যাত্ৰা।

এই সময়ছোৱাত বিশ্বনাথ চাৰিআলিৰ সদৰৰ প্ৰায় ২০ জনকৈ সংবাদাতাই বিশ্বনাথ ঘাটৰ কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও প্ৰান্তত নদী পথৰে এক ৰোমাঞ্চকৰ যাত্ৰা উপভোগ কৰে। যাত্ৰাকালত লুইতৰ বুকুত সুৰ্যাস্তৰৰ মনোমোহা দৃশ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু জীৱ জন্তু প্ৰত্যক্ষ কৰে।

এই যাত্ৰাৰ সময়ত কেন্দ্ৰীয় বনাঞ্চলিক বিষয়া ইকবাল হুছেইনো উপস্থিত থাকে। উল্লেখ্য যে বন বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি “পৰ্যটকসকলে এই সুবিধা গ্ৰহণ কৰাৰ বাবে পুৱা আৰু বিয়লি সময় নিৰ্ধাৰণ কৰা হৈছে। লগতে এই ৰোমাঞ্চকৰ যাত্ৰা উপভোগ কৰিবলৈ আগ্ৰহী পৰ্যটকসকলে 9678278428 / 9365682689 নম্বৰত বুকিং কৰিব লাগিব নিজৰ আসন।

ইফালে  সাংবাদিকসকলৰ এই নদী বিহাৰ যাত্ৰাত অংশগ্ৰহণ কৰা জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাৰ মন্তব্য “কেন্দ্ৰীয় বনাঞ্চলিক বিষয়া ইকবাল হুছেইনৰ প্ৰচেষ্টাক আদৰণি জনাইছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ ক্ষেত্ৰত পৰ্যটকৰ বাবে গুপ্তকাশী বিশ্বনাথ ঘাট এক উত্তম স্থান। পৰ্যটনৰ দিশত এক নতুন ধাপ সৃষ্টি কৰিব এই পদক্ষেপে।”

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd