• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰেপ্তাৰ হ’ব নেকি মন্ত্ৰী হিমন্ত! : ভুৱা প্ৰচাৰ চলাই শলঠেকত মন্ত্ৰী গৰাকী; প্ৰদেশ কংগ্ৰেছে তৰিলে গোচৰ

উগ্ৰ সাম্প্ৰদায়িক ৰহন সানি গ্ৰেপ্তাৰ হ’ব নেকি মন্ত্ৰী হিমন্ত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 9, 2020 4:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেইচবুকত ভুৱা প্ৰচাৰ চলাই শলঠেকত পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এইবাৰ হিমন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

Apply Now

কংগ্রেছৰ হৈ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই ভঙাগড় থানাত দাখিল কৰে এজাহাৰ।

বৰ্তমানলৈকে আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাই বুলি জানিব পৰা গৈছে।

ভাৰতীয় দণ্ডবিধিৰ ১৫৩(A) ৰ অধীনত গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক আহ্বান জনায় প্ৰদেশ কংগ্ৰেছে।

index.jpgaaa

উগ্ৰ সাম্প্ৰদায়িক কথাৰে সমাজত বিষবাষ্প বিয়পোৱাৰ অভিযোগ হিমন্তৰ বিৰুদ্ধে।

হিমন্ত বিশ্ব শৰ্মাই শিলচৰ বিমান বন্দৰত আজমলৰ সমৰ্থকে এআইয়ুডিএফৰ বিধায়ক ‘আজিজ খান’ জিন্দাবাদটো ‘পাকিস্তান জিন্দাবাদ’ বুলি প্ৰচাৰ চলোৱা বুলি কংগ্ৰেছী নেতাই কয়।

শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই কংগ্ৰেছে।

আৰক্ষীয়ে পক্ষপাতমূলক আচৰণ কৰি প্ৰাপ্তি স্বীকাৰ পত্ৰ দিয়ো ওভোটাই লৈছিল বুলি অভিযোগ প্ৰদেশ কংগ্রেছৰ।

ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত পুনৰ প্ৰাপ্তি স্বীকাৰ পত্ৰ কংগ্ৰেছক ঘূৰাই দিয়ে।

এজাহাৰ দাখিল কৰি আহি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে সংবাদ মাধ্যমৰ আগত কয় ‘সাম্প্ৰদায়িক মন্তব্যই কিমান কোটি-কোটি মানুহৰ ক্ষতি পাৰে হিমন্ত বিশ্ব শৰ্মাই অনুভৱ নকৰি কেৱল বজৰুৱা প্ৰচাৰ কৰিলে।‘

‘সামান্য এটা ফেইচবুক পোষ্টৰ বাবে বহুতকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ পঠিয়াইছে। চিচি কেমেৰা ফুটেজত বহু অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ উদাহৰণ আছে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীক সাহস আছে যদি গ্ৰেপ্তাৰ কৰি দেখাওঁক।‘ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই এইদৰে কয় দুৰ্গাদাস বড়োৱে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd