• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম-মিজোৰাম সীমান্ত সমস্যা সমাধানত গুৰুত্ব নাই বিজেপিৰ; ব্ৰহ্মপুত্ৰৰ খননক লৈ আভুৱা ভাৰিছে চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 7:30 am
13-2-750x375

অলপতে অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰা অসম আৰক্ষীৰ দলটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰু মিজোৰামৰ মাজত দেখা দিয়া সীমান্ত সমস্যাই প্ৰায় ডেৰ মাহ অতিক্ৰম হোৱাৰ পাছতো বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে ইয়াক সমাধান কৰিব নোৱাৰাটোৱে অদক্ষতাৰ পৰিচয় দিছে।

অসম, মিজোৰাম আৰু কেন্দ্ৰত বিজেপি বা ইয়াৰ মিত্ৰজোঁটৰ চৰকাৰ থকাৰ পাছতো সমস্যাটো ইমান দিনে সমাধান কৰিব নোৱাৰা কাৰ্যক আম আদমি পাৰ্টীয়ে গৰিহণা দিয়াৰ লগতে বিজেপিয়ে সীমান্ত সমস্যাৰ স্থায়ী সমাধান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে।

সোমবাৰে গোলাঘাটত এক সংবাদমেল সম্বোধন কৰি দলটোৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চোধুৰীয়ে কয় যে, মিজোৰামে অসমৰ সীমাত তিনি কিলোমিটাৰ পৰ্যন্ত মাটি দখল কৰি তাত থকা অসমৰ স্কুল পৰ্যন্ত ধ্বংস কৰাৰ পাছতো অসম চৰকাৰ নিৰ্বিকাৰ হৈ থকাটো দুৰ্ভাগ্যজনক।

জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিষয়টো গুৰুত্বসহকাৰে লৈ অসমৰ সীমান্ত সুৰক্ষিত কৰাত তৎক্ষাণিক ব্যৱস্থা ল’বলৈ তেওঁ দাবী জনায়।

তেওঁ লগতে কয় যে অসমৰ বান সমস্যা সমাধানৰ বাবে বিজেপিয়ে ব্ৰহ্মপুত্ৰৰ খনন কৰি দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও এই ক্ষেত্ৰত যোৱা চাৰে-চাৰি বছৰত চৰকাৰে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। ইয়াৰ বিপৰীতে এতিয়া বিজেপি চৰকাৰে মিথ্যাচাৰৰ আশ্ৰয় লোৱাহে পৰিলক্ষিত হৈছে।

ডাঃ চৌধুৰীয়ে কয় যে কেইদিনমানৰ পূৰ্বে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিলে যে ইতিমধ্যে চৰকাৰে ব্ৰহ্মপুত্ৰৰ খনন সম্পূৰ্ণ কৰিলে। অকল সিমানেই নহয়, চৰকাৰে হেনো বৰাক নদীও খনন কৰিলে আৰু বাংলাদেশতো আঢ়ৈশ কোটি টকা ব্যয় কৰি ভাৰতে তাতো নদী খনন কৰিলেগৈ। এই জীয়া ফাঁকি স্বয়ং মুখ্যমন্ত্ৰী সোণোৱাল আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখতে কৰিলে যদিও তেওঁলোকে অসমৰ জনতাৰ ওচৰত আজি পৰ্যন্ত কোনো স্পষ্টীকৰণ প্ৰকাশ নকৰিলে।

আম আদমি পাৰ্টীয়ে বিজেপিৰ এই মিথ্যাচৰক গৰিহণা দিয়াৰ লগতে অসমৰ জনতাৰ আভুৱা নাভাৰিবলৈ সকীয়াই দিয়ে।

বিজেপিৰ দৰে ফাঁকিবাজ দলেহে এনে জীয়া ফাঁকি দিব পাৰে বুলি ডাঃ চৌধুৰীয়ে কটাক্ষ কৰে।

চৰকাৰে যদি সঁচাকৈ ব্ৰহ্মপুত্ৰৰ খনন কৰিলে তেন্তে খননত ওলোৱা শিল-মাটি ক’ত পেলালে বুলিও আপে প্ৰশ্ন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd