• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিগাঁও জিলা শিক্ষা বিভাগৰ সকলো স্তৰতে কমিচনৰাজ গঢ় লোৱাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2020 8:35 am
Money-India-Politicians-Net-Worth-India-Politics-DKODING

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ ভূ স্বৰ্গ তথা সোণৰ কণী পৰা হাঁহলৈ পৰ্যৱসিত হৈছে মৰিগাঁও জিলা শিক্ষা বিভাগ। এই গুৰুতৰ অভিযোগ মৰিগঞা ৰাইজৰ। মৰিগাঁও জিলা শিক্ষা বিভাগৰ অন্তৰ্গত জিলাখনৰ সৰ্ববৃহৎ লাহৰীঘাট শিক্ষা খণ্ডত সংঘটিত হৈছে এই অবাঞ্ছিত ঘটনা।

কেন্দ্ৰটোত একাংশ চি আৰ চি চিয়ে বক্ৰ পথেৰে লৈছে ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ঠিকাৰ যোগান।ঘটনা সংক্ৰান্তত প্ৰাপ্ত তথ্য তথা ৰাইজৰ অভিযোগ মতে,গোপন ধনৰ মিতিৰালিৰ অংকত এই চি আৰ চি চি সকলে নিজা নিজা এলেকাৰ স্কুল সমূহক একাংশ নিৰ্দিষ্ট প্ৰতিষ্ঠানক ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম যোগানৰ দায়িত্ব দিবলৈ বাধ্য কৰিছে।

Apply Now

আনকি একাংশ চি আৰ চি চিয়ে নিৰ্দিষ্ট কৰি দিয়া প্ৰতিষ্ঠান সমূহক ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ঠিকা নিদিলে বিভিন্ন অজুহাত দেখুৱাই শিক্ষক সকলক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছে। ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম যোগানকাৰী প্ৰতিষ্ঠান সমূহে চি আৰ চি চিক কমিচন দিয়াৰ উপৰিও একাংশ স্কুলৰ পৰিচালনা সমিতিকো দিব লাগে কমিচন। এই কমিচন দিয়াৰ পাছত ছাত্ৰ ছাত্ৰীৰ দুযোৰ ইউনিফৰ্ম ৩০০ – ৩৫০ টকাৰ ভিতৰত ঠিকা লাভ কৰা প্ৰতিষ্ঠান সমূহে প্ৰস্তুত কৰে।

ফলত এযোৰ ইউনিফৰ্মৰ প্ৰকৃত মূল্য হয়গৈ ১৫০ টকাৰ পৰা ১৭৫ টকাৰ ভিতৰত। যাৰ বাবে অতি নিম্ন মানৰ কাপোৰ ব্যৱহাৰ কৰি ইউনিফৰ্ম সমূহ চিলাবলৈ বাধ্য কৰোৱা হয় যোগানকাৰী প্ৰতিষ্ঠান সমূহক। কোনোখন বিদ্যালয়ত আকৌ কোনো জোখ – মাখ নোলোৱাকৈয়ে দুই তিনিটা নিৰ্দিষ্ট জোখৰ কাপোৰ যোগান ধৰাৰ ফলত ছাত্ৰ ছাত্ৰী সকলে পুনৰ দৰ্জিৰ ওচৰ চাপিব লগা হৈছে। কিন্তু চি আৰ চি চি সকলে ইউনিফৰ্মৰ নামত সংগ্ৰহ কৰা এই বৃহৎ কমিচনৰ অংশ কাৰ কাৰ হাতলৈ গৈছে সেয়াহে ৰহস্যজনক লগতে লক্ষণীয় হৈ পৰিছে।

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলৰ কথা সভাই সমিতিয়ে কৈ দম্ভালি মাৰি আহিছে যদিও এই ক্ষেত্ৰত নিজৰ বিভাগটোৰ দুৰৱস্থাই লজ্জাজনক ভাৱে পুতৌলগা অৱস্থা হৈ পৰিছে। লাহৰীঘাট শিক্ষা খণ্ডটো ইয়াৰ এটা উদাহৰণহে মাত্ৰ। বানে ধোৱা জিলা খনৰ আন আন শিক্ষা খণ্ড সমূহতো বিভিন্ন ক্ষেত্ৰত চলিছে ব্যাপক কমিচনৰাজৰ বজাৰ।

মুঠতে মৰিগাঁও জিলা শিক্ষা বিভাগটো এতিয়া কমিচনৰাজ আৰু চান্দা সংস্কৃতিৰ মিনা বজাৰত পৰিণত হৈছে।এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় বিষয় হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd