• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ SI পৰীক্ষা : কেতিয়া? আৰু কেতিয়া পৰা কেনেকৈ লাভ কৰিব এডমিট কাৰ্ড?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2020 4:16 pm
index
408
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব।

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। চলিত মাহৰ ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা।

প্ৰাৰ্থীসকলে চলিত মাহৰ ১৬ তাৰিখৰ পৰা এই লিখিত পৰীক্ষাৰ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি জনাইছে ব’ৰ্ডে।

ব’ৰ্ডৰ ৱেটাইটত slprbassam.in. পৰা পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাউনল’ড কৰিব লাগিব।

চলিত মাহৰ ২২ নৱেম্বৰ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ এই পৰীক্ষা দুপৰীয়া ১২.০০ টা বজাৰপৰা বিয়লি ২.০০ বজালৈ অনুষ্ঠিত হ’ব।

পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত আঢ়ৈ ঘণ্টাৰ আগতে উপস্থিত হ’বলৈ নিৰ্দেশ দিছে ব’ৰ্ডে।

কোভিড প্ৰট’কল মানি চলিবগীয়া হোৱাৰ বাবেই পুৱা ৯.৩০ বজাত পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে বুলি ব’ৰ্ডে জনাইছে।

উল্লেখ্য যে অসম আৰক্ষীৰ ৫৮৯ টা উপ পৰিদৰ্শকৰ পদৰ বাবে যোৱা ২০ ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও ১৫ মিনিট অতিক্ৰম কৰাৰ পিছতে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাত পৰীক্ষা বাতিল কৰা হয়।

ইতিমধ্যে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত অভিযুক্ত কেবাজনকো চিআইডি-এ গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd