• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ নৱেম্বৰত বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব এনডিএই: নীতিশ কুমাৰৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2020 5:41 pm
16-Nitish-Kumar_571_855
420
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাকেলৈ এতিয়া নতুনকৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।যদিও বিহাৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে এনডিএই ঘোষণা কৰিছিল যে বিহাৰত এনডিএৰ নেতৃত্বত গঠন হ’বলগীয়া চৰকাৰৰ পৰৱৰ্তী গৰাকী মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই হ’ব ।

তথাপি শেহতীয়াকৈ যেন এই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত এনডিএৰ অন্যতম দল বিজেপিৰ লগতে নীতিশ কুমাৰৰ দল জনতা দল ইউনাইটেডেও কিছু পিছহোঁহকা দেখা গৈছে।

ফলত নীতিশ কুমাৰ পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ বিষয়টোলৈ নামি আহিছে জটিলতা।

এনে সময়তে আজি নীতিশ কুমাৰে এইবুলি ঘোষণা কৰে যে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেয়া ১৫ নৱেম্বৰত এনডিএই নিশ্চিত কৰিব।

১৫ নৱেম্বৰৰ দিনা দিনৰ ১২.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া এনডিএৰ বৈঠকতে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ত সিদ্ধান্ত লোৱা হ’ব বুলি কুমাৰে প্ৰকাশ কৰে।

উল্লেখ্য এইবাৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত এনডিএই লাভ কৰিছে মুঠ ১২৫ খন আসন। ইয়াৰে ৭৪ খন আসন লাভ কৰিছে বিজেপিয়ে আৰু ৪৩ খন আসন লাভ কৰিছে জনতা দল ইউনাইটেডে।

২৪৩ জনীয়া বিহাৰ বিধান সভাত চৰকাৰ গঠন কৰিব পৰাকৈ এনডিএৰ প্ৰয়োজনতকৈ ৩ খন আসন বেছি আছে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd