• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা মহিলাসহ দুই আফ্ৰিকানক গ্ৰেপ্তাৰ কৰিমগঞ্জত : কেনেকৈ প্ৰৱেশ কৰিলে ভাৰতত?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2020 4:47 pm
Representational-1200x720
301
VIEWS
Share on FacebookShare on Twitter

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ মহিলাসহ দুগৰাকী দক্ষিণ আফ্ৰিকান নাগৰিকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা দুগৰাকী আফ্ৰিকান নাগৰিকক অসমৰ কৰিমগঞ্জত গ্ৰেপ্তাৰ কৰা হৈছে।

বিদেশী নাগৰিক দুগৰাকী চুৰাইবাৰীৰ পৰা কৰিমগঞ্জলৈ বাছেৰে গৈ থকা অৱস্থাত কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা বিদেশী নাগৰিক দুগৰাকী হৈছে অ’লাডিপুডু অকেনজাক(৪০) আৰু ৰুথাৰেল এণ্ডিছি(২৫)।

বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত চুৰাইবাৰীৰ পৰা কৰিমগঞ্জলৈ গৈ থকা পথত কৰিমগঞ্জৰ চহৰৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ দূৰত্বৰত গুৱাহাটী-ত্ৰিপুৰাগামী এএছ-২৫-চিচি৮৬৫৮ নম্বৰ বাছখনৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

অ’লাডিপুডুৰ পাছপ’ৰ্ট আছে যদিও সেইখন ছমাহৰ পূৰ্বে ম্যাদ উকলি গৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইফালে ৰুথাৰেল নামৰ আফ্ৰিকান মহিলা গৰাকীৰ পাছপ’ৰ্ট থাকিলেও সেইখন বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰাৰ অনুমতি নাছিল।

“দুয়ো গৰাকী বিদেশীয়ে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ বাবে তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰিছো।” এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অ’লাডিপুডু আফ্ৰিকান দেশ ছেনেগালৰ আৰু ৰুথাৰেল কেনিয়াৰ নাগৰিক।

তেওঁলোক কিয় অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছে সেয়া জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জনোৱাৰ লগতে কয় যে দুয়োগৰাকীয়ে স্পষ্টভাৱে বাঙালী আৰু হিন্দী ভাষা ক’ব পাৰে।

উল্লেখ্য যে, এসপ্তাহৰ পূৰ্বে চুৰাইবাৰীত আৰক্ষীয়ে আফ্ৰিকান দেশ নাইজেৰিয়াৰ তিনি গৰাকী নাগৰিককো গ্ৰেপ্তাৰ কৰিছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd