• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শপতগ্ৰহণৰ তিনিদিন পিছতে পদত্যাগ বিহাৰৰ শিক্ষামন্ত্ৰী মেৱালাল চৌধুৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2020 5:48 pm
a Mewalal-Choudhary
2.7k
VIEWS
Share on FacebookShare on Twitter

নীতিশ কুমাৰৰ নতুন চৰকাৰখনৰ কাম-কাজ যেন আৰম্ভ হ’ল পদত্যাগেৰে।শপ্তগ্ৰহণৰ তিনিদিন পিছতেই আজি বিহাৰৰ শিক্ষামন্ত্ৰী মেৱালাল চৌধুৰীয়ে পদত্যাগ কৰে।

বিহাৰৰ আটাইতকৈ ধনী মন্ত্ৰী হিচাবে চৰ্চালৈ অহা মেৱালাল চৌধুৰীৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল একাধিক দুৰ্নীতিৰ অভিযোগ। আনকি দুৰ্নীতিৰ অভিযোগতে তেওঁক দলৰ পৰাও বহিস্কাৰ কৰা হৈছিল যদিও মেনেজ মাষ্টাৰ হিচাবে পৰিচিত চৌধুৰীয়ে পুনৰ দললৈ উভতি আহিবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ নীতিশ কুমাৰৰ মন্ত্ৰী সভাত পুনৰ দুৰ্নীতিগ্ৰস্ত মেৱালাল চৌধুৰীক শিক্ষা মন্ত্ৰীৰ পদ দিয়াত আৰ জে ডিকে ধৰি বিৰোধী দল সমূহে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰিছিল।

নীতিশ কুমাৰে মেৱালালৰ দৰে লোকক তেওঁৰ ১৪ জনীয়া মন্ত্ৰীসভাত স্থান দি দুৰ্নীতিক প্ৰশ্ৰয় দিব বিচাৰিছে বুলি আৰ জে ডিয়ে অভিযোগ কৰিছে।

উল্লেখ্য আজি পদত্যাগ কৰা মেৱালালৰ বিৰুদ্ধে ২০১৭ চনতে দুৰ্নীতিৰ গোচৰ থানাত ৰুজু হৈছিল।

জনতা দল ইউনাইটেডৰ প্ৰাৰ্থী হিচাবে তাৰাপুৰ সমষ্টিৰ পৰা বিজয়ী হোৱা বিধায়কগৰাকীৰ বিৰুদ্ধে ভাগলপুৰ কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছিল।

চৌধুৰীয়ে শেহতীয়াকৈ এক অনুষ্ঠানত  জাতীয় সংগীত গাবলৈ গৈ থমকি ৰ’বলগীয়া হোৱাৰ ভিডিঅ’ই দেশ জুৰি চৰ্চা লাভ কৰিছে।

Recent News

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd