• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটৰ ৰাজপথত নাগালেণ্ডৰ বীৰাংগণা! যৌন নিৰ্যাতনকাৰীক কৰায়ত্ত কৰি গটালে আৰক্ষীক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 21, 2020 11:52 am
Molestation

প্ৰতিনিধিত্বমূলক ফটো।

3.6k
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনৰে পৰা গুজৰাটৰ আহমেদাবাদৰ এখন স্পা’ত কাম কৰি থকা নাগালেণ্ডৰ এগৰাকী যুৱতীয়ে সাহসিকতাৰ পৰিচয় দাঙি ধৰিছে।

অভিযোগ অনুসৰি এজন ব্যক্তিয়ে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন কৰি ‘থাইলেণ্ডৰ ছোৱালী’ বুলি মাতে। ৰাস্তাৰে গৈ থকা অৱস্থাতে সংঘটিত হয় ঘটনাটো।

পিচে, সেই যুৱতীগৰাকীয়ে সাহসিকতাৰ পৰিচয় দি দৌৰি গৈ অভিযুক্ত ব্যক্তিক ধৰি পেলায়। পাছত ঘটনাস্থলীত উপস্থিত হোৱা  ৰাস্তাৰ লোকৰ সহযোগত অভিযুক্তক কৰায়ত্ত কৰে।

কোহিমাৰ এই যুৱতীগৰাকীয়ে তেওঁৰ হ’বলগীয়া স্বামীৰ সৈতে আহমেদাবাদৰ ছেটেলাইট অঞ্চলত থাকে।

বাতৰি অনুসৰি, কামৰ পৰা ঘৰলৈ ওভতাৰ পথতে ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰিছে।

অভিযুক্ত চহৰখনৰ তুলসীমুখ অঞ্চলৰ ২৫বছৰীয়া ভিট্টল ৰাথোৰ। বুধবাৰে নিশা প্ৰায় ৯বাজি ৩০ মিনিটত ৰামদেবনগৰৰ সমীপত যুৱতীগৰাকীক যৌন নিৰ্যাতন চলায়। যুৱতীগৰাকীয়ে জানিবলৈ দিয়া মতে অভিযুক্তই হঠাতে পাছফালৰ পৰা আহি তেওঁৰ ভৰিৰৰ উপৰৰ অংশত সাৱটি ধৰে আৰু ‘থাইলেণ্ডৰ ছোৱালী’ বুলি কৈ থাকে।

পাছত অভিযুক্তই দৌৰি পলাবলৈ চেষ্টা কৰে যদিও যুৱতীগৰাকীয়ে দৌৰি পাছ লয়। যুৱতীগৰাকীয়ে ইয়াৰ লগে লগে চিঞৰি চিঞৰি ৰাস্তাৰ লোকসকলক অৱগত কৰে। যুৱতীগৰাকীক সহায় কৰিবলৈ কেইবাজনো লোক আগবাঢ়ি আহে।

ইয়াৰ মাজতে কোনোবাই আৰক্ষীক খৱৰ দিয়ে আৰু শীঘ্ৰেই আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে, ইতিমধ্যে অভিযুক্তক যুৱতীগৰাকীয়ে কৰায়ত্ত কৰে। আৰক্ষীয়ে অভিযুক্ত ৰাথোৰক আটক কৰি থানালৈ নিয়ে আৰু যৌন নিৰ্যাতন চলোৱা তথা ভাবুকি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰে।

তদন্তকাৰী আৰক্ষীৰ দলে অঞ্চলটোৰ পৰা চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰে আৰু ইয়াৰ ভিত্তিতে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd