• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৰালাৰ নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থীৰ বিৰুদ্ধে যুঁজ দিব অসমৰ মুনমী গগৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2020 3:44 pm
akerala girl
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা শ শ কিলোমিটাৰ নিলগত অৱস্থিত কেৰালাৰ ৰাজনীতিত এতিয়া একপ্ৰকাৰৰ খলকনি তুলিছে অসমৰ মুনমী গগৈয়ে।

অসমৰ লখিমপুৰৰ জীয়াৰী মুনমীয়ে এইবাৰ কেৰালাৰ পৌৰসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাবে থিয় দিছে।

চিপিএমৰ সৱল ভেটি থকা কেৰালাৰ কান্নুৰ ইৰিট্টি পঞ্চায়তত পৌৰসভাৰ প্ৰাৰ্থী হিচাবে থিয় দিছে অসমৰ মুনমী গগৈয়ে।

কেৰালাত মুনমীৰ গগৈৰ পৰিচয় মুনমী ছাইজি হিচাবে। মালায়ালম ভাষা সলসলীয়াকৈ কোৱা মুনমীৰ কেৰালা সংযোগৰ বিষয়ে জানিব বিচাৰিলে উভতি যাব লাগিব ৭ বছৰ আগলৈ।

সাত বছৰ পূৰ্বে মুনমীলৈ ফোন কৰিছিল লখিমপুৰৰে এজন চিনাকী লোকে।

লোকজনে ফোনতে মুনমীৰ সৈতে চিনাকী কৰাই দিছিল কেৰালাৰ কান্নুৰ নিবাসী ছাইজিৰ সৈতে। সেয়াই আৰম্ভনি।

Kerala: A woman, hailing from Assam's Lakhimpur & married to a man in Kannur's Iritty panchayat, is contesting the state's local body polls on a BJP ticket. Munmi, the woman says, "The people in the panchayat have accepted me as their family, the locals have accepted me." pic.twitter.com/qDsvCWOjL9

— ANI (@ANI) November 22, 2020

ছাইজিৰ সৈতে মুনমীৰ ঘনিষ্ঠতা বাঢ়ি গৈছিল আৰু এটা সময়ত তেওঁ ছাইজিৰ প্ৰেমত পৰিছিল। এদিন ছাইজিৰ পৰিয়ালৰ লোকে গৈ মুনমীক কেৰালালৈ লৈ গৈছিল আৰু তাতেই এটা মন্দিৰত ছাইজিৰ সৈতে মুনমীৰ বিয়া হৈছিল।

প্ৰথমাৱস্থাত মুনমীয়ে মালায়ালম ভাষা কব পৰা নাছিল যদিও সময় বাগৰাৰ লগে লগে মুনমীয়ে ভাষাটো সুন্দৰ ভাবে আয়ত্ব কৰি লবলৈ সক্ষম হৈছে।

১৪ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া কেৰালা পৌৰসঘাৰ নিৰ্বাচনত স্বামীৰ জোৰতে মুনমীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

মুনমীৰ স্বামী আৰএছএছৰ এজন সক্ৰিয় কৰ্মী। সেয়ে বিজেপিৰ পৰাই মুনমীয়ে প্ৰাৰ্থিত্ব লৈছে।ইৰিট্টিৰ জনতাই অসমৰ জীয়াৰী মুনমীক আদৰি লোৱা বুলি তেওঁ গৌৰৱেৰে কয়।

সুদূৰ কেৰালাত সংসাৰ কৰিলেও লখিমপুৰৰ আপোন গাঁও খনক আজিও পাহৰা নাই দুটি সন্তানৰ মাতৃ মুনমীয়ে।

এতিয়াও গাওঁৰ স্মৃতি ৰোমন্থন কৰি নষ্টাল’জিক হৈ পৰে মুনমী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd