• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিগত ১৭ বছৰৰ মূৰত দিল্লীত প্ৰথমবাৰৰ বাবে তাপমাত্ৰা নামিল ৬.৪ শতাংশলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2020 1:32 pm
delhi_winters_660_261219023100
180
VIEWS
Share on FacebookShare on Twitter

শীতে কাবু কৰিছে ৰাজধানী চহৰ দিল্লীৰ বাসিন্দাসকলক।

বিগত কিছুদিন ধৰি প্ৰচণ্ড শীত প্ৰৱাহে জোকাৰি গৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীক।

ৰাজধানী চহৰ খনত আজি অৰ্থাৎ সোমবাৰে পুৱাই বিগত ১৭ বছৰৰ ভিতৰত সৰ্বনিম্ন তাপমাত্ৰা হোৱা পৰিলক্ষিত হয়।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগত দিল্লীৰ তাপমাত্ৰা আছিল ৬.৪ ডিগ্ৰী চেলচিয়াছ।

বিগত ১৭ বছৰত কোনো দিনেই নৱেম্বৰ মাহত ৰাজধানী চহৰ খনত এনেদৰে তাপমাত্ৰা নিম্নগামী হোৱা নাছিল।শীত প্ৰবাহৰ ফলত ৰাজধানী চহৰ খনৰ জনজীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি দিল্লীত এতিয়া ক’ৰ’ণা ভাইৰাছে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰা দেখা গৈছে।

মাজতে দিল্লীত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভালেখিনি কমি গৈছিল যদিও শীতৰ আগমণৰ লগে লগে পুনৰ দিল্লীত ক’ৰ’ণাই নতুন আতংকৰ সৃষ্টি কৰিছে।

উল্লেখ্য দিল্লীত শীত প্ৰবাহ পুনৰ বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈ আহিছে।

প্ৰতি বছৰে শীতপ্ৰবাহৰ ফলত দিল্লীত বহু লোকৰ মৃত্যুও ঘটি আহিছে।

২০০৩ চনৰ আজিৰ দিনটোত দিল্লীৰ তাপমাত্ৰা আছিল ৬.১ ডিগ্ৰী চেলচিয়াছ।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd