• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত নতি স্বীকাৰ! বিডেনক ক্ষমতা হস্তান্তৰৰ অনুমতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2020 11:51 am
Election 2020 Joe Biden

জো বিডেন আৰু ডোনাল্ড ট্ৰাম্প।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। বিগত ৩সপ্তাহ ধৰি চলি থকা অস্থিৰতা যেন আঁতৰিল।

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে স্পষ্ট কৰি দিলে যে বিডেনৰ নতুন দলক ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে তেওঁৰ কোনো আপত্তি নাই।

Apply Now

দৰাচলতে, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আঁকোৰগোজ স্থিতিয়ে সমগ্ৰ আমেৰিকাতে ব্যাপক সমালোচনাৰ সৃষ্টি কৰে।

ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনে তেওঁক আমেৰিকাৰ ইতিহাসৰ নিকৃষ্টতম ৰাষ্ট্ৰপতি বুলিও অবিহিত কৰিছে।

ট্ৰাম্পে যি আইনী যুঁজৰ কথা কৈছিল তাতো তেওঁ বিশেষ সাফল্য দেখা নাপালে। দুই এখন প্ৰদেশত দ্বিতীয়বাৰ ভোটগণনা হ’লেও কোনো সফলতা নাহিল।

সোমবাৰে ট্ৰাম্প এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। হঠাতে মাৰ্কিন জেনেৰেল চাৰ্ভিচেছ এডমিনিষ্ট্ৰেটৰ (জিএছএ) এমিলি মাৰ্পিয়ে বিডেনৰ দলক ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়াত সহায় কৰাৰ কথা ঘোষণা কৰে। মাৰ্ফিয়ে ইমানদিনে ক্ষমতা হস্তান্তৰ কৰিবলৈ সাজু নাছিল।

তদুপৰি, মাৰ্ফিয়ে জনাই দিয়ে যে ট্ৰাম্প প্ৰশাসনো হেনো ক্ষমতা হস্তান্তৰ কৰিবলৈ সাজু আছে।

এমিলি মাৰ্ফিয়ে বিডেনৰ দলক এখন পত্ৰ লিখি জনাই দিয়ে যে কোনোধৰণৰ ৰাজনৈতিক হেঁচাত তেওঁ শিৰনত কৰা নাই। ইমানদিনে ক্ষমতা হস্তান্তৰৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত তেওঁ ব্যক্তিগতভাৱে লৈছিল। ব্যক্তিগতভাৱে তেওঁ ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়া এআৰম্ভ কৰাৰ এইটোৱে সঠিক সময় বুলি উপলব্ধি কৰিছে।

মাৰ্ফিৰ পত্ৰৰ পাছতে ডোনাল্ড ট্ৰাম্পে এটা টুইটৰ যোগে জানিবলৈ দিয়ে যে ক্ষমতা হস্তান্তৰৰ  প্ৰাথমিক প্ৰক্ৰিয়া যদি আৰম্ভ হয় তাত তেওঁৰ কোনো আপত্তি নাই। মাৰ্ফি আৰু তেওঁৰ দলৰ সদস্যসকলে হস্তান্তৰৰ বাবে যি যি কৰিবলগীয়া আছে সেয়া কৰিবই পাৰে। অৱশ্যে, তেওঁ যুঁজ এৰি দিয়া নাই। সত্য এদিন পোহৰলৈ আহিবই।

ট্ৰাম্পৰ এই টুইটে আওপকীয়াকৈ পৰাজয় স্বীকাৰ কৰি লোৱাৰ ইংগিত বুলিয়ে চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd