• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৈশৱৰ পৰাই আছিল প্ৰেম, হঠাতে দুৰ্ঘটনাত অচল হ’ল প্ৰেমিকৰ দুয়োখন ভৰি, তাৰপিছত?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2020 2:26 pm
a marriage-2
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমৰ শক্তি অপাৰ। সঁচা প্ৰেমে কেতিয়াও চল-চাতুৰি প্ৰৱঞ্চনাক প্ৰশ্ৰয় নিদিয়ে।

দেখিবলৈ কুৰূপ যুৱকৰ সৈতেও সুন্দৰী যুৱতীৰ মনে মিলি যাব পাৰে।

Apply Now

ধনী ঘৰত ৰাজকুমাৰীৰ দৰে জীৱন যাপন কৰা যুৱতীয়েও কোনো দৰিদ্ৰ যুৱকৰ প্ৰেমত পৰি সংসাৰ পাতিব পাৰে।

এনেবোৰ ঘটনা প্ৰায়ে চিনেমাত দেখা যায়। কিন্তু শেহতীয়াকৈ চণ্ডীগড়ৰ এগৰাকী যুৱতীয়ে কেৱল প্ৰেমৰ গৰিমা ৰক্ষা কৰাৰ বাবেই এজন বিশেষ ভাবে সক্ষম যুৱকৰ সৈতে বিয়াত বহি আদৰ্শ গঢ়িছে।

 

চণ্ডীগড়ৰ যুৱতী অনামিকাৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈছিল চুবুৰীৰে ৰাহুল নামৰ যুৱক জনৰ সৈতে। ২৯ বছৰীয়া ৰাহুলৰ সৈতে শৈশৱৰে পৰা গঢ় লোৱা প্ৰেমক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিল অনামিকাই।

কথা আছিল সময়ত দুয়ো সুখৰ সংসাৰ গঢ়িব।কিন্তু নিয়তিয়ে সেয়া হ’বলৈ নিদিলে।২০১৬ চনৰ ১৩ মাৰ্চৰ দিনা ৰাহুল পতিত হয় এক ভয়ংকৰ মটৰ চাইকেল দুৰ্ঘটনাত।

দুৰ্ঘটনাৰ পিছত দুয়োখন ভৰিয়েই অসাৰ হৈ পৰে ৰাহুলৰ। শৰীৰৰ তলৰ অংশ আক্ৰান্ত হয় পক্ষাঘাতত।তেতিয়াৰ পৰাই এখন হুইল চেয়াৰত বহিয়েই দিনৰ পিছত দিন ঘৰৰ ভিতৰতে পাৰ কৰিছে ৰাহুলে।

ৰাহুলৰ আকস্মিক দুৰ্ঘটনাৰ পিছতো শৈশৱৰ প্ৰেমিকা অনামিকাই এৰা নাছিল ৰাহুৰ সংগ।বৰঞ্চ আগতকৈ বেছি সময়হে যুৱতী গৰাকীয়ে ৰাহুলক দিবলৈ ধৰিলে।

ইয়াৰ মাজতে ২০১৮ চনত ৰাহুলৰ সেনা বাহিনীত চাকৰি কৰা পিতৃ বদলি হ’ল কানপুৰলৈ।ৰাহুলহঁত গুচি গ’ল কানপুৰলৈ।

ৰাহুল-অনামিকাৰ মাজত দেখা-দেখি নোহোৱা হৈ পৰিল।হঠাতে কিছুদিন পূৰ্বে অনামিকাই কানপুৰলৈ গৈ ৰাহুলৰ সৈতে বিয়াৰ প্ৰস্তাৱ দিলে।

সেই মৰ্মে কানপুৰৰ ৰিহেব চেণ্টাৰ এটাত ৰাহুল-অনামিকাৰ বিয়া হৈ গ’ল।শৈশৱৰ প্ৰেমক অনামিকাই জনোৱা সন্মানে এতিয়া বহুতকে আনন্দিত কৰি তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd