• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কৰ ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ তোৰণ উন্মোচন

ব্যতিক্ৰমী পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
November 25, 2020 2:50 pm
a Screenshot_2020-11
264
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চতুৰ্থ বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মিত বিদ্যালয়ৰ তোৰণ আৰু বিদ্যালয়ৰ একাংশ পকী বেৰাৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।

উল্লেখযোগ্য যে এই বিদ্যালয়ৰ চৌহদতে প্ৰধান শিক্ষক নিৰঞ্জন ভুঞাৰ নেতৃত্বত তথা শিক্ষক কৰ্মচাৰী অভিভাৱক তথা গাঁৱৰ ৰাইজৰ সহযোগত যোৱা ২০১৬ চনৰে পৰা বিভিন্ন শাক পাচলিৰ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি জৈৱিক শাকনিবাৰী নাম দি ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰি অহা হৈছে।

এইবাৰো তাৰ ব্যতিক্ৰম নহয়,অৱশ্যে কভিডৰ বাবে গ্ৰীষ্মকালীন শস্যৰ বীজ সিঁচিব পৰা নহ’ল যদিও আজিৰ এই বিশেষ দিনটোত মধ্যাহ্ন ভোজন বিভাগৰ জিলা আঁচনি বিষয়া অৰ্পিতা দত্ত উপস্থিতীত শীতকালীন বিভিন্ন শাক পাচলিৰ বীজ সিঁচা হয়।

ছাত্ৰ ছাত্ৰীসকলক নিৰোগী খাদ্য যোগান ধৰাৰ লগতে বিভিন্ন শাক পাচলি আদিৰ  লগত চিনাকি কৰা, খেতি কৰাৰ পদ্ধতি তথা খেতিৰ ওপৰত ব্যৱহাৰিক জ্ঞান দিয়াৰ লক্ষ্যৰে এই ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে বুলি মন্তব্য কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে।

Recent News

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd