• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফুটবলৰ ‘গোল্ডেন বয়’ ডিয়েগ’ মাৰাডোনা আৰু নাই, শোকস্তব্ধ বিশ্বৰ ক্ৰীড়া জগত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2020 7:26 am
a maradona
7.6k
VIEWS
Share on FacebookShare on Twitter

এটা অপ্ৰত্যাশিত দুঃখবৰে জোকাৰি গৈছে বিশ্বৰ ক্ৰীড়া জগতক।

কিংবদন্তী ফুটবলাৰ ডিয়েগ’ মাৰাডোনা আৰু নাই।হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰসিদ্ধ ফুটবলাৰগৰাকীয়ে।

‘ঈশ্বৰৰ হাত’ৰ জৰিয়তে ১৯৮৬ চনত বিশ্বৰ ক্ৰীড়া জগতত খলকনি তোলা মাৰাডোনা যোৱা নিশা হঠাতে হৃদৰোগত আক্ৰান্ত হয়।

তেওঁক লগে লগে বুয়ৰ্নছ আয়াৰ্ছৰ এখন  চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰ্জেণ্টিনাৰ কিংবদন্তী ফুটবলাৰ গৰাকীৰ মগজুত ৰক্ত গোটমৰাৰ ফলত যোৱা মাহত তেওঁৰ এটা অস্ত্ৰপোচাৰ কৰা হৈছিল।

ইয়াৰ পিছতে তেওঁ সুস্থ হৈ উঠিছিল যদিও যোৱা নিশা হঠাতে উশাহ লোৱাত কষট পাবলৈ ধৰে আৰু চিকিৎসালয়লৈ নিয়াৰ পিছতে তেওঁৰ মৃত্যু ঘটে।

Diego Armando Maradona, 1960-2020.

Rest in peace, Legend. pic.twitter.com/6MiO4qc6xk

— Barça Universal (@BarcaUniversal) November 25, 2020

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ।১৯৬০ চনৰ ৩০ অক্টোৱৰৰ দিনা আৰ্জেণ্টিনাৰ বূয়ৰ্নছ আয়াৰ্ছ প্ৰদেশৰ এখন চিকিৎসালয়ত জন্মগ্ৰহণ কৰা মাৰাডোনাই ১২ বছৰ বয়সৰ পৰাই ফুটবল খেলিবলৈ লৈছিল।

ফিফাৰ প্লেয়াৰ অৱ দ্য ২০ চেঞ্চুৰী সন্মানেৰে সন্মানিত মাৰাডোনাই ১৯৮৬ চনত মেক্সিকোত অনুষ্ঠিত ফিফা বিশ্বকাপত তেওঁৰ যাদুকৰী গ’লেৰে ইংলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাক বিজয়ী কৰোৱাত সহায় কৰিছিল।

জীৱনকালত বহু বঁটা-সন্মানেৰে বিভূষিত মাৰাডোনাই ১৯৯৭ চনত খেলৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও আৰ্জেণ্টিনা দলৰ প্ৰশিক্ষক হিচাবে তেওঁ বহু বছৰ কাৰ্যনিৰ্বাহ কৰে।

মাৰাডোনাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে।

ইংলেণ্ডৰ খেলুৱৈ মাৰকাছ ৰাছফোৰ্ডে মাৰাডোনাৰ ছবি এখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কিংবদন্তী খেলুৱৈ গৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।

একেদৰে বিশ্বৰ বিভিন্ন দেশৰ প্ৰসিদ্ধ খেলুৱৈ তথা ক্লাবে মাৰাডোনাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Recent News

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd