• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ : আপোন নেতাজনলৈ একাঁজলি শ্ৰদ্ধা টীয়কৰ পীড়াকটাবাসীৰ

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
November 26, 2020 6:43 pm
IMG-20201126-WA0030
20.4k
VIEWS
Share on FacebookShare on Twitter

টীয়কৰ পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ আৰু ২৫ নং পূৱ হোলোঙাপাৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত  তৰুণ গগৈ লৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

জিলা পৰিষদৰ সদস্য ত্ৰৈলোক্য শইকীয়া, পঞ্চায়তৰ সভানেত্ৰী নিজৰা বৰুৱা, মণ্ডল কংগ্ৰেছৰ সভাপতি লোকেশ্বৰ বৰুৱা, আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি সূৰ্য্য ফুকন, সম্পাদক প্ৰদীপ ফুকন,পীড়াকটা আঞ্চলিক বৰনামঘৰৰ উপ-সভাপতি দেৱেন বুঢ়াগোহাঁই,সচিব সমীৰণ বৰুৱাকে প্ৰমূখ্যে কেইবাজনো সমাজ সচেতন ব্যক্তি য়ে কালি সন্ধিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লোৱাৰ লগতে তৰুণ গগৈ দেৱৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰি শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

কেৱল এজন ৰাজনৈতিক নেতা তথা অসমৰ মূখ্যমন্ত্ৰী হিচাপেই নহয় অসমক মনে প্ৰাণে ভাল পোৱা এজন প্ৰকৃত অসমীয়া হিচাপে তেখেতৰ কৰ্মৰাজিক সদায় আমাৰ মাজত জীয়াই ৰাখিব লাগিব বুলি পাৰ্থ জ্যোতি বৰুৱাই উল্লেখ কৰে।

প্ৰদীপ ফুকনে আঁত ধৰা অনুষ্ঠানটিৰ শেষত এটি সমজুৱা প্ৰাৰ্থনাৰে সদা হাস্যৰসিক তৰুণ গগৈ দেৱৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd