• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰহাটৰ চাহপাত কাৰখানাত গুলী চালনাত জড়িত আলফা সদস্য ধৃত : অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2018 4:16 pm
apprehended ulfa

ধৃত আলফা সদস্যজন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰহাটৰ চাহপাত কাৰখানাত গুলী-চালনাৰ ঘটনাত জড়িত আলফা (স্বাঃ) সদস্য দীপজ্যোতি গগৈক  সেনাৰ দাও ডিভিজনৰ অন্তৰ্গত ডাংৰিকুমাৰ সেনাই আটক কৰিছে। গগৈৰ পৰা সেনাই এটা পিষ্টল আৰু ৪ ৰাউণ্ড সক্ৰিয় গুলী  উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহৰ ৫ তাৰিখে দুজন অস্ত্ৰাধাৰী আলফা (স্বাঃ)ৰ সদস্যই টাটা টীৰ মালিকানাধীন এমালগমেটেড প্লেণ্টেইশ্যন লিমিটেড চাহপাত কাৰখানাত গুলীচালনা কৰিছিল। তেওঁলোকে গুলী চালনাৰ উপৰি গ্ৰেনেডো নিক্ষেপ কৰি দিল্লী সংৰক্ষিত বনাঞ্চললৈ পলায়ন কৰিছিল।

Apply Now

সেনাৰ সূত্ৰটোৱে সংবাদ মাধ্যমক জানিবলৈ দিছে যে কেইবাজনো সন্দেহজনক ব্যক্তিক সোধা-পোছা কৰাৰ পিছত উক্ত ঘটনাৰ মূল অভিযুক্ত লাফেৰাগাৱঁৰ বাসিন্দা দীপজ্যোতি গগৈ বুলি জানিব পাৰে। এই সন্দৰ্ভত ২ মাৰ্চৰ পুৱা প্ৰায় ৮:৩০ বজাত দাও ডিভিজনৰ ডাংৰিকুমাৰ সেনা চাউনী আৰু আৰক্ষীৰ এটা  দলে যুটীয়া অভিযান চলাই বৰহাটৰ পৰা আলফাৰ এছ এছ কৰ্প’ৰেল পদবীৰ প্ৰণৱ গগৈ ওৰফে পিংকু আহোমক গ্ৰেপ্তাৰ কৰে। গগৈৰ পৰা সেনাই যথেষ্ট পৰিমাণে তথ্য লাভ কৰে।

সেনাৰ জেৰাত পিংকুৱে ৫ ফেব্ৰুৱাৰিৰ বৰহাটৰ গুলী চালনাত দীপজ্যোতি গগৈ আৰু তেওঁ জড়িত থকাৰ কথা স্বীকাৰ কৰে। এই স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে আবেলি দীপজ্যোতি গগৈক আটক কৰিবলৈ সেনা সক্ষম হয়।

জানিব পৰা মতে সেনাৰ ইনফৰ্মাৰে লাফেৰাগাঁৱৰ ফালে দীপজ্যোতি গগৈৰ অৱস্থান সম্পৰ্কে খবৰ দিয়াৰ পিছত ডাংৰিকুমাৰ সেনা চাউনী আৰু বৰহাট আৰক্ষী থানাই যুটীয়া অভিযান চলায় আৰু আলফা সদস্যজনক আটক কৰে।

আলফাৰ এছ এছ প্ৰাইভেট পদবীৰ  ২৭ বছৰীয়া দীপজ্যোতি গগৈ ওৰফে জানটো অসম চৰাইদেউ জিলাৰ লাফেৰাগাঁৱৰ দিলীপ গগৈৰ পুত্ৰ।

আৰক্ষী আৰু সেনাৰ যুটীয়া জেৰাৰ সময়ত তেওঁ স্বীকাৰ কৰিছে যে তেওঁ আলফা (স্বাঃ)ৰ শ্লিপাৰ চে’লৰ সক্ৰিয় সদস্য। তেওঁ লগতে স্বীকাৰ কৰে যে আলফা(স্বাঃ)ৰ দুজন সদস্য সীমান্ত গগৈ ওৰফে দিলীপ অসম আৰু পাপু বৰুৱাক নিজৰ ঘৰত আশ্ৰয় দি বৰাহাটৰ চাহপাত কাৰখানাৰ গুলীচলনাৰ ঘটনাটোৰ পৰিকল্পনা কৰিছিল। গুলীচালনাৰ পিছত তেওঁ আলফা সদস্যকেইজনক পলাই যোৱাতো সহায় কৰিছিল।

‘উজনি অসমত উগ্ৰপন্থীৰ সকলো প্ৰকাৰৰ কূটাঘাতমূলক কাৰ্য্য প্ৰতিহত কৰি এলেকাটোত শান্তিৰ পৰিৱেশ বজাই ৰখাৰ বাবে নিৰাপত্তা বাহিনীসমূহে অহৰহ চেষ্টা চলাই আহিছে।’ এজন সেনা বিষয়াই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd