• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনত ইলিয়াচ উদ্দিন চৌধুৰীয়ে ঘৰতে আৱিস্কাৰ কৰিলে তিনি প্ৰকাৰৰ বৈদ্যুতিক বাল্ব

ইয়াছিন আলী by ইয়াছিন আলী
December 3, 2020 10:45 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বক জোকাৰি যোৱা মহাসংক্ৰমক ক’ৰ’নাৰ বাবে সকলো দিশতে থমকি ৰ’ব লগা হৈছে বিশ্ব। বিশ্বৰ প্ৰায়বোৰ দেশত ঘোষণা কৰা হৈছে এবাৰৰ পিছত এবাৰকৈ লকডাউন।

স্তব্ধ হৈ পৰিছে জন জীৱন। দেশ-বিদেশলৈ পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰী সকল উভতি আহি ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে।

Apply Now

এই সময়ছোৱাত সলনি কৰি দিলে বহুতৰে চিন্তা ধাাৰা তথা জীৱন ধাৰণৰ পথ।

বহু ছাত্ৰ-ছাত্ৰীয়ে বহুত কিবা আৱিস্কাৰ কৰিলে লকডাউনৰ সময়ত। তেনে এক উদাহৰণ হ’ল হোজাই জিলাৰ মোৰাঝাৰৰ যুৱক ইলিয়াচ উদ্দিন চৌধুৰী।

চৌধুৰী হোজাই জিলাৰ ৰবিন্দ্ৰ নাথ ঠাকুৰ বিশ্ব বিদ্যালয়ত অধ্যয়নৰত বাণিজ্যিক বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ।

লকডাউনৰ সময়ত আন আন সকলৰ দৰে ঘৰতে বহি সময় অপচয় নকৰি সময়ক সঠিক ব্যৱহাৰ কৰি সাফল্যৰ চাবি কাঠি উলিয়াই লৈছে।

যি সময়ত বজাৰত চীনা সামগ্ৰীয়ে বজাৰ দখল কৰি আছে তেনে সময়ত চৌধুৰীয়ে ঘৰতে বহি বৈদ্যুতিক বাল্ব তৈয়াৰ কৰি বজাৰত এৰি দিবলৈ সক্ষম হৈছে।

চৌধুৰীয়ে কম খৰছত আৱিস্কাৰ কৰি উলিয়াইছে বৈদ্যুতিক বাল্ব।

মধ্যবিত্ত পৰিয়ালৰ চৌধুৰীয়ে ক’ৰ’নাৰ বাবে দিয়া লকডাউনৰ সময়ত সময়ক নিজৰ মতে ব্যৱহাৰ কৰি আজি নিজে আৱিস্কাৰ কৰা সামগ্ৰীৰে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে লগতে তেওঁৰ লগত আৰু দুজন ব্যক্তিক কৰ্ম সংস্থাপন দিয়াৰ সুবিধা কৰিছে।

অনাগত দিনত আৰু নিৱনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ মন মেলিছে চৌধুৰীয়ে। চৌধুৰীয়ে আৱিস্কাৰ কৰা বাল্বৰ তথা কোম্পানীৰ নাম দিছে চৌধুৰী বাল্ব।

ইফালে বৰ্তমান বজাৰত চাহিদা লাভ কৰিছে এক প্ৰকাৰৰ মহ আতঁৰোৱা কেমিকেল যুক্ত বাল্বে। চৌধুৰীয়ে জানিব দিয়া মতে এই বাল্ব ল’ৰা-ছোৱালীৰ বাবে ক্ষতিকাৰক।

সেই কথা চিন্তা কৰি চৌধুৰীয়ে আন এটা বাল্ব আৱিস্কাৰ কৰিছে য’ত কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা হোৱা নাই।

কিন্তু সেই কেমিকেল বিহীন বাল্বটো জ্বলালে স্বয়ংক্ৰিয় ভাবে মহ গুছি যায় আৰু তাৰ পৰা কোনো ধৰণৰ ক্ষতি নহয় মানৱ দেহৰ।

চৌধুৰীৰ তৃতীয়টো বাল্বৰ কাম হৈছে বিদ্যুৎ নাথাকিলেওঁ তিনি ঘন্টা লৈ জ্বলি থাকিব। বৰ্তমান বজাৰত উপলব্ধ চৌধুৰী বাল্ব।

কিন্তু আৰ্থিক সমস্যাৰ বাবে বহল ভিত্তিত আগবঢ়াই নিব পৰা নাই ব্যৱসায়।

চৌধুৰীৰ লগত ফোনযোগে হোৱা এক সাক্ষাৎকাৰত কৈছে যে ‘সময়ক সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰিলে সাফল্য নিশ্চিত।

এতিয়া কথা হ ল যে গ্ৰাহকে চীনা বাল্বৰ পৰিৱৰ্তে দেশীয় ভাৱে তৈয়াৰ কৰা চৌধুৰী বাল্বক কিমান আদৰি লয় সেয়া হ’ব লক্ষণীয়।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd