• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আয়ুৰ্বেদিক চিকিৎসকেও কৰিব পাৰিব জটিল অস্ত্ৰোপচাৰ,চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আন্দোলন ঘোষণা কাৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2020 4:31 pm
a surgery-generic-1606888917
765
VIEWS
Share on FacebookShare on Twitter

এইবাৰ চিকিৎসকৰ বিৰুদ্ধে নামি পৰিছে আন একাংশ চিকিৎসক।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে স্নাতকোত্তৰ ডিগ্ৰীধাৰী আয়ুৰ্বেদিক চিকিৎসকসকলকো সাধাৰণ অস্ত্ৰোপচাৰৰ লগতে জটিল অস্ত্ৰোপচাৰো কৰাৰ অনুমতি দিয়াৰ পিছতে জাঙুৰ খাই উঠিছে আন একাংশ চিকিৎসক।

কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্ত কোনো পধ্যে মানি লবলৈ সন্মত নহয় ইণ্ডিয়ান মেডিকেল এছোচিয়েচন (IMA)।

আয়ুৰ্বেদিক চিকিৎসকক জটিল অস্ত্োৰপচাৰ কৰাৰ অনুমতি দিয়াৰ বিৰুদ্ধে সেয়ে IMA-এই অহা ১১ ডিচেম্বৰত ঘোষণা কৰিছে দেশ জোৰা ধৰ্মঘটৰ কাৰ্যসূচী।

সেইমৰ্মে ১১ ডিচেম্বৰৰ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ IMA-এই ১২ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব।

এই সময়ছোৱাত IMA ৰ অধীনষ্ঠ চিকিৎসকসকলে কৰ্মবিৰতি পালন কৰিব।অৱশ্যে জৰুৰী সেৱা আৰু কোভিড চিকিৎসাৰ ক্ষেত্ৰত বন্ধ ৰেহাই দিয়া হৈছে বুলি IMA ৰ এগৰাকী কৰ্মকৰ্তাই প্ৰকাশ কৰিছে।

ICU,ITU,CCU আদিৰ ক্ষেত্ৰত এই ধৰ্মঘট কাৰ্যসূচীৰ কোনো প্ৰভাৱ নপৰিব বুলি IMA ৰ এক বিজ্ঞপ্তিত প্ৰকাশ।

ধৰ্মঘটৰ সময়ত চৰকাৰী তথা বেচৰকাৰী চিকিৎসালয়ৰ সকলো আউটডৰ সেৱা বন্ধ থাকিব।

উক্ত দিনটোত পূৰ্ব নিৰ্ধাৰিত কোনো অস্ত্ৰোপচাৰ কৰাৰ পৰাও চিকিৎসকসকল বিৰত থাকিব বুলি জানিব পৰা গৈছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd