• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নমতা বিয়া খাবলৈ গৈ কেনে কাণ্ড কৰে এই কেইজন লোকে জানিলে আচৰিত হ’ব আপুনিও

নমতা বিয়া খাবলৈয়ে খুলি লৈছে ‘বেণ্ড বাজা বাৰাত’ নামৰ এটা দল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2020 3:06 pm
a band-baaja-baraat
90.2k
VIEWS
Share on FacebookShare on Twitter

নমতা বিয়া খাবলৈ যোৱাতো বহুতৰে অভ্যাস বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব।

‘থ্ৰি ইডিয়ট’ ছবিতো তিনি বন্ধুৱে কলেজৰ ডিৰেক্টৰৰ ছোৱালীৰ নমতা বিয়া খাবলৈ গৈ কেনে লটিঘটি হৈছিল সেয়া হয়তো ছবি খন চোৱা সকলৰ মনত আছে।

নমতা বিয়ালৈ গৈ পেট পূৰাই খাই গৃহস্থক মাত নিদিয়াকৈয়ে বিয়া ঘৰ ত্যাগ কৰা বহুতেই ধৰা নপৰাকৈ থাকে যদিও সেই সুযোগ এইবাৰ লাভ নকৰিলে এই তিনিজন লোকে।

দিল্লীৰ এখন নমতা বিয়া খাবলৈ যোৱা এই লোক কেইজনে যে কেৱল বিয়া খোৱাতেই ক্ষান্ত থাকে তেনে নহয়।

বিয়াৰ সুস্বাদু আহাৰ পেট পূৰাই খোৱাৰ পিছত এই লোক কেইজনে বিয়া ঘৰৰ মূল্যৱান সামগ্ৰী, উপহাৰ, সোণ আদিও চুৰি কৰি উধাও হয়।

a marig

বিয়া ঘৰলৈ সুন্দৰ সাজ পৰিধান কৰি যোৱা এই লোক কেইজনক কোনেও সন্দেহৰ দৃষ্টিৰে নাচায়। ইয়াৰ সুযোগ গ্ৰহণ কৰিয়েই লোক কেইজনে দীৰ্ঘদিন ধৰি দিল্লীকে ধৰি ইয়াৰ কাষৰীয়া অঞ্চলত নমতা বিয়া খোৱাৰ উপৰি বিয়া ঘৰত চুৰি কাণ্ডও সংঘটিত কৰি আহিছে।

চুৰি কাৰ্য সংঘটিত কৰাৰ ক্ষেত্ৰত এই লোক কেইজনে কেইটিমান নাবালককো ব্যৱহাৰ কৰি আহিছে।

শেহতীয়াকৈ দিল্লীৰ নমতা বিয়া এখন খাবলৈ গৈ চুৰি কৰি থাকোতে ধৰা পৰা এই লোক কেইজনৰ ঘৰ মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ গুলখৰিত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীৰ মতে নমতা বিয়া খাবলৈ গৈ চুৰি কাৰ্য সংঘটিত কৰাৰ বাবেই এওঁলোকে ‘বেণ্ড বাজা বাৰাত’ নামৰ এটা দল খুলি লৈছে।

দলটোৱে বছৰি ১০-১২ লাখ টকা প্ৰদান কৰাৰ চুক্তিত বহু কেইটি নাবালকক এই কাৰ্যত ব্যৱহাৰ কৰি আহিছে।

আৰক্ষীয়ে দলটোৰ মুঠ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত দুটি নাবালকো আছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd