• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাম্বাৰপাৰাত বিধায়কৰ সমৰ্থকে আক্ৰমণ কৰিলে সাংবাদিকক

ইয়াছিন আলী by ইয়াছিন আলী
December 5, 2020 4:18 pm
a nambar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীয়ে যোৱা কেইটা বছৰত ব্যাপক গৰাখহনীয়া চলি আছে। বিভিন্ন সময়ত এই গৰাখহনীয়া সম্পৰ্কে সংবাদ মাধ্যমৰ জড়িয়তে বা-বাতৰি প্ৰকাশ কৰি অহা হৈছে। কিন্তু চৰকাৰ, জিলা প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধি সকলে  এই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।

যাৰ বাবে আজি আমছুৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ এক গোট হৈ গৰাখহনীয়া ৰোধৰ বাবে দাবী জনাই বিধায়ক তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

Apply Now

উন্নয়নমূলক কামৰ দাবীৰে  প্ৰতিবাদ কৰিবলৈ অহা লোকক ভেটা দিয়াৰ উদ্দেশ্যেৰে নাম্বাৰপাৰাৰ বৰহান আলী নামৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক জনে আগুৱাই আহি সাংবাদিকৰ ল’গো কাঢ়ি নিয়াৰ চেষ্টা কৰে আৰু অভৱ্য আচৰণ কৰে ।

তেখেতৰ এনে আচৰণৰ প্ৰতি অসন্তুষ্ট হৈ ৰাইজে বিধায়ক আব্দুল হাই নাগৰী মুৰ্দাবাদ, আব্দুল হাই নাগৰি হায় হায়, আব্দুল হাই নাগৰিৰ দালালক জীয়াই জীয়াই কৱৰ দিয়ক, আব্দুল হাই নাগৰিৰ দালালৰ দালাল ৰাজ নচলিব আদি শ্লগান দিবলৈ আৰম্ভ কৰে।

সাংবাদিকৰ হাতত ধৰি টনা আঁজোৰা কৰাৰ বাবে ৰাইজ তথা আমছুৰ কৰ্মকৰ্তা সকলে লোক জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৪৮ ঘন্টা সময় বান্ধি দিয়ে।

এই ৪৮ ঘন্টা সময়ৰ ভিতৰত যদি বিধায়ক, বিধায়কৰ আশীসপুষ্ট লোক সকল, চৰকাৰ বা জিলা প্ৰশাসনে কোনো ব্যৱ্স্থা নলয় তেন্তে গণতান্ত্ৰিক ভাৱে অনিৰ্দিষ্ট সময়লৈ পথ অৱৰোধ কাযসুচী লব বুলি জানিব দিয়ে।

গণতান্ত্ৰিক ভাৱে কৰিবলৈ লোৱা প্ৰতিবাদত বিধায়কৰ হৈ মাত্ৰ এজন ব্যক্তি আগুৱাই গৈ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে প্ৰতিবাদী সকলে পথ অৱৰোধৰ কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লয়।

ইফালে একাংশৰ প্ৰশ্ন যে কাৰ সাহসত এইজন ব্যক্তিয়ে সাংবাদিকৰ ওপৰত আক্ৰমণাত্মক ভাৱে আগুৱাই আহিল আৰু ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দি নিদ্ৰামগ্ন হৈ থকা বিধায়কৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰিলে এইজন ব্যক্তিৰনো কি সমস্যা?

প্ৰতিবাদী ৰাইজে অসম চৰকাৰ হায় হায়, কেশৱ মহন্ত মুৰ্দাবাদ, সৰ্বানন্দ সোমোৱাল মুৰ্দাবাদ আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd