• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একেলগে ২ হাজাৰ লোকে পঢ়িব পাৰিব নামাজ : সম্পূৰ্ণ অযোধ্যাৰ মছজিদৰ নক্সা!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2020 3:02 pm
freepressjournal_2020-12_adccebd5-624d-4232-8e81-ad0192df902e_Mosque
384
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ অযোধ্যা মছদজিদৰ নক্সা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সৰ্বভাৰতীয় এক সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা।

সূত্ৰৰটোৰ মতে ১৯৯২ চনত হিন্দুত্ববাদী সংগঠনসমূহে ধ্বংস কৰা বাবৰি মছজিদৰ সমান এলেকাজুৰি নিৰ্মাণ কৰা হ’ব এই নতুন মছজিদটো।

ইতিমধ্যে অযোধ্যাৰ মছজিদটো নিৰ্মাণৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক মাটি প্ৰদানৰ বাবে নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰে মছজিদ নিৰ্মাণৰ বাবে ধন্নিপুৰত পাঁচ একৰ মাটি প্ৰদান কৰিছে।

উক্ত পাঁচ একৰ মাটিত মছজিদৰ সৈতে চুপাৰ স্পেচিয়েলিটি হাস্পতাল, ইন্দো ইছলামিক ৰিচাৰ্ছ চেন্টাৰ আৰু কমিউনিটি কিচেন নিৰ্মাণ কৰা হ’ব বুলি ইতিমধ্যে ছুন্নী ব’ৰ্ডে ঘোষণা কৰিছিল।

ইফালে ইন্দো ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টে অযোধ্যাৰ মছজিদৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে।

ট্ৰাষ্টে মজদিৰ নক্সা প্ৰস্তুত কৰিবলৈ জামিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ স্থাপত্য বিভাগৰ সভাপতি অধ্যাপক এছ এম আখতাৰক দায়িত্ব দিছিল।

আখতাৰে প্ৰস্তুত কৰা নক্সাৰ মতে নতুন মছজিদটো বাবৰি মছজিদতকৈ আকৃতিত পৃথক হ’ব। আধুনিক স্থাপত্যৰ আৰ্হিৰে নিৰ্মাণ কৰিবলগীয়া মছজিদটোত একেলগে ২ হাজাৰ মানুহে নামাজ পঢ়িব পাৰিব বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে মছজিদটোৰ গম্ভূজটো ডিম্বাকৃতিৰে ভূমিৰ পৰা প্ৰায় ১৫ হাজাৰ ফুট উচ্চতালৈকে নিৰ্মাণ কৰা হ’ব।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd