• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ কৃষক বিদ্ৰোহলৈ সমৰ্থন : ৰাজীৱ গান্ধী খেলৰত্ন বঁটা চৰকাৰক ওভতাই দিব বক্সাৰ বীজেন্দ্ৰ কুমাৰে

by
December 6, 2020 4:58 pm
Bijendra Singh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিকৰ পদক বিজয়ী ভাৰতীয় প্ৰাক্তন বক্সাৰ বীজেন্দ্ৰ কুমাৰে সমৰ্থন আগবঢ়াইছে দিল্লীৰ কৃষক বিদ্ৰোহলৈ। দেওবাৰে তাৰকা বক্সাৰ গৰাকীয়ে চিঙ্ঘু সীমান্ত উপস্থিত হৈ প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে চামিল হয়।

তাৰকা বক্সাৰ গৰাকীয়ে কৃষকসকলৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ এনআইএৰ আগত কয় “যদি চৰকাৰে এই ক’লা আইনসমূহ বাতিল নকৰে, মই ৰাজীৱ গান্ধী খেলৰত্ন বঁটা চৰকাৰক ওভতাই দিম।”

উল্লেখ্যে যে পঞ্জাৱৰ প্ৰাক্তন তাৰকা বক্সাৰগৰাকীয়ে যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছত যোগদান কৰি সংসদীয় নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আজি তাৰকা বক্সাৰ গৰাকীৰ সৈতে চিঙ্ঘু সীমান্ত অৰ্জুন বঁটা বিজয়ী হকী খেলুৱৈ ৰাজবীৰ সিং আৰু গুৰমেইল সিং, প্ৰাক্তন কুস্তি খেলুৱৈ কাৰ্টাৰ সিং, প্ৰাক্তন বক্সাৰ জয়পাল সিং আৰু ধ্যানচাঁদ বঁটা বিজয়ী অজিত সিঙো প্ৰতিবাদকাৰী কৃষকসকলৰ লগত চামিল হয়।

“সজ্জন সিং ছীমাৰ দৰে আৰু বহু ক্ৰীড়াবিদে আমাৰ লগতে কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াইছে। স্বাস্থ্যজনিত কাৰণত তেওঁলোক আমাৰ সৈতে উপস্থিত থাকিব পৰা নাই।” পদ্মশ্ৰী আৰু অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ কাৰ্টাৰ সিঙে পিটিআইক কয়।

শনিবাৰে ৰাজবীৰ কৌৰে ৰাষ্ট্ৰপতিয়ে সাক্ষাতৰ বাবে সময় নিদিলে তেওঁলোকে ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত চৰকাৰে প্ৰদান কৰা বঁটাসমূহ ওভতাই দিয়া হ’ব বুলি ঘোষণা কৰিছিল।

ইফালে যোৱা ১১ দিনে নিৰন্তৰভাৱে প্ৰতিবাদ সাৱস্ত্য কৰি থকা কৃষক সংগঠনসমূহে নিজৰ স্থিতিত এতিয়াও অটল হৈ আছে।

ইতিমধ্যে চৰকাৰৰ সৈতে অনুষ্ঠিত পাঁচলানিকৈ আলোচনা ব্যৰ্থ হৈছে বুলি ঘোষণা কৰিছে কৃষক সংগঠনসমূহে। তেওঁলোকে চৰকাৰৰ পৰা পোনপটীয়াকৈ উত্তৰ বিচাৰি কৈছে যে তিনিখন কৃষি আইন চৰকাৰে বাতিল কৰিব নে নাই সেয়া চৰকাৰে স্পষ্টৰূভাৱে প্ৰকাশ কৰিব লাগিব।

আনহাতে পঞ্চমলানি আলোচনাও ব্যৰ্থ হোৱাৰ পিছতে অহা ৮ ডিচেম্বৰত কৃষক সংগঠনসূহে দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

September 4, 2025 5:08 pm
কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

September 4, 2025 4:50 pm
অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

September 4, 2025 4:34 pm
“Tata Nano 2025” মুকলি! আকৰ্ষণীয় ডিজাইন আৰু সাধ্যৰ ভিতৰত EMIৰ সৈতে ঘুৰি আহিছে আৰ্বান কমপেক্ট কাৰ

“Tata Nano 2025” মুকলি! আকৰ্ষণীয় ডিজাইন আৰু সাধ্যৰ ভিতৰত EMIৰ সৈতে ঘুৰি আহিছে আৰ্বান কমপেক্ট কাৰ

September 4, 2025 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

September 4, 2025 5:08 pm
কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

September 4, 2025 4:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd