• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘সন্ত্ৰাসবাদীৰ ধনেৰে চলে আজমল ফাউণ্ডেশ্যন’ : বদৰুদ্দিন আজমলক আক্ৰমণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

চানু গগৈ by চানু গগৈ
December 9, 2020 6:39 pm
index.jpgn
373
VIEWS
Share on FacebookShare on Twitter

‘মৌলানা বদৰুদ্দিন আজমল চোৰাং বেপাৰী। সন্ত্ৰাসবাদীৰ ধনৰে চলে আজমল ফাউণ্ডেশ্যন।মহাৰাষ্ট্ৰৰ শিৱ সেনাৰ ধমকত আজমল কংগ্ৰেছৰে মিতিৰালি।’ এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী ৰণডংকা বজাই আজি জাগীৰোত এইদৰে দাবী কৰি স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই আৰু বহু বিস্ফোৰক মন্তব্যও কৰে।

সংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সৰৱ হৈ মন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াই কয় যে মহাৰাষ্ট্ৰৰ শিৱ সেনা চৰকাৰৰ ধমকতহে তেঁও কংগ্ৰেছৰ সৈতে মিত্ৰৰা কৰিছে।

মন্ত্ৰী গৰাকীৰ মতে আজমলৰ আগৰৰ চোৰাং কাৰবাৰৰ মূল ঘাটি হ’ল মুম্বাই চহৰ। তেনে ক্ষেত্ৰত আজমলে কংগ্ৰেছৰে মিত্ৰতা কৰিলেও বিজেপি দলক কোনো ক্ষতি কৰিব নোৱাৰে বুলিও মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে উল্লেখ্য কৰে।

১১নং জোনবিল সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিপালী বড়োৰ এখন নিৰ্বাচনী সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে তিৱা স্বায়ত্ত পৰিষদীয় নিৰ্বাচনতো গেৰুৱা দলটোৱেই একক সংখ্যা গৰিষ্ঠতা লাভ কৰি পৰিষদ গঠন কৰিব।

ইফালে ভাৰতীয় যুৱ মঞ্চৰ সহস্ৰাধিক কৰ্মীয়ে মন্ত্ৰীগৰাকীক লৈ সমষ্টিটোত এক বিশাল মটৰ চাইকেল ৰেলীও উলিয়ায়।

পৰিষদীয় নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীক সংগ দিয়ে ডিফুৰ সাংসদ হৰেন সিং বে আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

মন কৰিবলগীয়া যে ৭৭৫২ গৰাকী ভোটাৰ থকা পৰিষদৰ ১১ নং জোনবিল সমষ্টিৰ সাধাৰণ ভোটাৰে মন্ত্ৰীগৰাকীৰ আহ্বান কিমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd