• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগপৰ দুৰ্গ মৰিগাঁৱত খহনীয়া : প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক বাণী দাসৰ অসম জাতীয় পৰিষদত যোগদান

চানু গগৈ by চানু গগৈ
December 10, 2020 7:33 am
index
452
VIEWS
Share on FacebookShare on Twitter

কালি মৰিগাঁও জিলাৰ গান্ধী ভৱনত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহত আঞ্চলিকতাবাদী শিবিৰৰ অন্যতম নিঃস্বাৰ্থ কৰ্মী তথা অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক বাণী দাসে আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত।

উল্লেখ্য যে কিছুদিন পূৰ্বে অগপৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদকজনে অগপৰ পৰা পদত্যাগ কৰিছিল।

বাণী দাসৰ লগতে মৰিগাঁৱৰ অগপৰ পৰা সদ্য পদত্যাগী ২১ খন আঞ্চলিকেও অসম জাতীয় পৰিষদত যোগদান কৰে।

আঞ্চলিক দলটোৰ বৰ্তমানৰ সভাপতি অতুল বৰাৰ একনায়কত্ববাদ আৰু স্বৈৰাচাৰী নীতিত অতিষ্ঠ হৈ ৰাজ্যখনৰ লগতে মৰিগাঁও জিলাতো দলটোৰ প্ৰতি মোহভংগ হৈ ইখনৰ পিছত আনখন আঞ্চলিক অগপ সমিতিয়ে পদত্যাগ কৰি আহিছে।

ক্ষমতা আৰু গাদী ৰক্ষাৰ নিৰ্লজ্জ চৰিত্ৰৰ বাবে অগপ নামৰ আঞ্চলিক দল(!)টোৰ এনে স্থিতিয়ে বাৰুকৈয়ে বিপদত পেলাইছে আঞ্চলিকতাবাদী শিবিৰৰ মাজত।

যাৰ পৰিপ্ৰেক্ষিতত দলটোৰ বহু নিষ্ঠাৱান নেতা-কৰ্মীয়ে অসম গণ পৰিষদ ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছে।

উলেখ্য যে কালিৰ যোগদান এই সভাত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ মূখ্য আহৱায়ক জগদীশ ভূঞাই বিজেপিক দল পুঁজিপতি দল বুলি সমালোচনা কৰি কয় যে আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে অসমৰ ৰাজনৈতিক ইতিহাসত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd