• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ চাৰ্জিকেল ষ্ট্ৰাইক! : পাকিস্তানী সেনাক সতৰ্ক হোৱাৰ নিৰ্দেশ; ভাৰতৰ প্ৰতিক্ৰিয়া কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2020 9:02 am
Surgical Strike

প্ৰতীকী ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ভাৰতৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ আশংকাত শংকিত হৈছে নেকি পাকিস্তান! ইতিমধ্যে ভাৰতৰ পুনৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ আশংকা কৰি পাকিস্তানে দেশৰ সৈন্য বাহিনীক সতৰ্ক হ’বলৈ নিৰ্দেশ দিছে।

এই দাবী পাকিস্তানী সংবাদ মাধ্যমৰ। পাক সংবাদ মাধ্যমৰ দাবী যে দিল্লীৰ কৃষক বিদ্ৰোহৰ পৰা দৃষ্টি ঘূৰাই আনি নৰেন্দ্ৰ মোদী চৰকাৰে হঠাতে পাকিস্তানক আক্ৰমণ কৰিব পাৰে।

Apply Now

পাক সংবাদ মাধ্যমৰ মতে যিকোনো সময়তে নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাই আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। এই আশংকা কৰি ইতিমধ্যে পাক চৰকাৰে পাকিস্তানী সেনা বাহিনীক সতৰ্ক কৰি দিছে বুলিও পাক সংবাদ মাধ্যমে দাবী কৰিছে।

পাকিস্তানৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান জিঅ’ নিউজৰ মতে পাকিস্তানৰ আভ্যন্তৰীণ আৰু বৰ্হি দুয়ো দিশত ভাৰতে চাপ সৃষ্টিৰ বাবে এই আক্ৰমণ কৰাৰ সম্ভাৱনা আছে।

জিঅ’ নিউজৰ মতে লাডাখ আৰু ডুকলামত চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাই পৰাস্ত হোৱাৰ পিছত এইবাৰ নতুন দিল্লীয়ে নিয়ন্ত্ৰণ ৰেখাত দৃষ্টি নিৱদ্ধ কৰিছে।

অৱেশ্যে এই বিষয়ে পাক চৰকাৰ অথবা সেনাবাহিনীয়ে চৰকাৰীভাৱে মুখ খোলা নাই। কিন্তু পাক সংবাদ মাধ্যমে পাক সেনাবাহিনীৰ এক সূত্ৰৰ উদ্ধৃতি দি এই বাতৰি পৰিৱেশন কৰা বুলি দাবী কৰিছে।

সেই সূত্ৰৰ উদ্ধৃতি দি পাক সংবাদ মাধ্যমে দাবী কৰিছে যে ভাৰতৰ কৃষকৰ কৃষকে বিদ্ৰোহ কৰি আছে আৰু সংখ্যালঘুক অত্যাচাৰ কৰা হৈছে। এইবোৰৰ পৰা বিশ্ব সম্প্ৰদায়ৰ দৃষ্টি বিপথে পৰিচালিত কৰিবলৈ মোদী চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে।

“২০১৬ চনত কোনো প্ৰমাণ নোহোৱাকৈয়ে নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ চাৰ্জিকেল ষ্ট্ৰাইক কৰা বুলি দাবী কৰিছিল ভাৰতে। ২০১৯ চনতো পাকিস্তানৰ বিৰুদ্ধে একেই পদক্ষেপ লৈছিল নতুন দিল্লীয়ে। কিন্তু সেয়াও ব্যৰ্থ হৈছিল।” পাক সংবাদ প্ৰতিষ্ঠান জিঅ’ নিউজৰ দাবী।

পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশিত এই খবৰ তথা আশংকাৰ সন্দৰ্ভত নতুন দিল্লীয়ে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd