• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ প্ৰতিষেধক ‘স্পুটনিক-ভি’ গ্ৰহণ কৰিলে দুমাহ পান কৰিব নোৱাৰিব সুৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2020 4:53 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

11.2k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকা সময়ত বিশ্বৰ ভিতৰত প্ৰথম ক’ৰ’নাৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছিল ৰাছিয়াই।

ৰাছিয়াই তেওঁলোকৰ ক’ৰ’নাৰ প্ৰতিষেধক ‘স্পুটনিক-ভি’ মুকলি কৰি ইয়াৰ শুদ্ধতাৰ হাৰ ৯০ শতাংশতকৈ অধিক বুলি দাবী কৰিছিল।

বিভিন্ন দেশে ৰাছিয়াৰ ক’ৰ’নাৰ প্ৰতিষেধক ক্ৰয় কৰাৰ বাবে দেশখনৰ ওচৰ চাপিছিল।

ভাৰততো ৰাছিয়াই স্পুটনিক-ভিৰ বিক্ৰীৰ অনুমোদন বিচাৰি চৰকাৰলৈ অনুৰোধ জনাইছিল আৰু পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ইয়াৰ প্ৰতি সহাৰি দিছিল।

এতিয়া ৰাছিয়াই তেওঁলোকৰ স্পুটনিক-ভি প্ৰতিষেধক গ্ৰহণ কৰা লোক সকলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

ৰাছিয়াৰ আন্না পোপ’ভাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি যিসকল লোকে ক’ৰ’নাৰ প্ৰতিষেধক গ্ৰহণ কৰিছে তেওঁলোকক দুমাহ পৰ্যন্ত সুৰা সেৱন নকৰিবলৈ সাৱধান কৰি দিছে।

স্বাস্থ্য বিভাগে উল্লেখ কৰা অনুসৰি ৰাছিয়াৰ ক’ৰ’নাৰ প্ৰতিষেধক গ্ৰহণ কৰিব বিচৰা লোক সকলে প্ৰতিষেধক গ্ৰহণৰ পূৰ্বে দুসপ্তাহ সুৰা বা এলকহল জাতীয় সামগ্ৰী সেৱনৰ পৰা আতৰি থাকিব লাগিব আৰু প্ৰতিষেধক গ্ৰহণৰ পাছত প্ৰায় দুমাহ পৰ্যন্ত সুৰা পানৰ পৰা আতৰি থাকিব লাগিব।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd