• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলা খেলুৱৈক নিৰন্তৰ বলাৎকাৰ অৰ্জুন বঁটা বিজয়ী চিআৰপিএফ বিষয়াৰ! থানাত গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2020 2:45 pm
a policeee
7.8k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা মহিলা খেলুৱৈক বলাৎকাৰ কৰাৰ অভিযোগে এতিয়া দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

৩০ বছৰীয়া খেলুৱৈ গৰাকীয়ে চিআৰপিএফত চাকৰি কৰি আছে দিও বাহিনীটোৰ একাংশ শীৰ্ষ বিষয়াই তেওঁক সুখত চাকৰি কৰিবলৈ দিয়া নাই।

মহিলা খেলুৱৈ গৰাকীয়ে অভিযোগ কৰা অনুসৰি চিআৰপিএফৰ বিষয়া খজন সিং আৰু বাহিনীটোৰ আন এগৰাকী বিষয়া সুৰজিৎ সিঙে তেওঁক বলাৎকাৰ কৰি আহিছে।

তাৎপৰ্যপূণ কথাটো হ’ল বিষয়া খজন সিং এগৰাকী অৰ্জুন বঁটা বিজয়ী খেলুৱৈ।

ছিউলত অনুষ্ঠিত এছিয়ান গেমছত খজন সিঙে সাঁতোৰত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পুৰস্কাৰ স্বৰূপে খজন সিঙে চিআৰপিএফৰ উচ্চ পদবীত অধিষ্ঠিত হৈছিল।চিআৰপিএফত কনিষ্টবল পদত নিযুক্ত গৰাকী মহিলা খেলুৱৈ গৰাকীয়ে প্ৰকাশ কৰা মতে বাহিনীটোৰ মহিলা কনিষ্টবলসকলক এই দুই বিষয়াই বলপূৰ্বক যৌন নিৰ্যাতন চলাই গৈছে।

আনকি তেওঁকো নতুন দিল্লীৰ বসন্তকুঞ্জৰ এটা ফ্লেটত তিনি দিন ধৰি বন্দী কৰি ৰাখি বিষয়া খজন সিঙে বলাৎকাৰ কৰিছিল বুলি মহিলা খেলুৱৈ গৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।কেৱল সেয়াই নহয় প্ৰায়েই তেওঁ বলাৎকাৰৰ বলি হৈ আহিছে।

ইতিমধ্যে মহিলা খেলুৱৈগৰাকীৰ পিতৃয়ে দিল্লীৰ হৰিদাস নগৰ থানাত বিষয়া দুজৰ বিৰুদ্ধে গোচৰ তৰিছে।

মহিলা খেলুৱৈ তথা চিআৰপিএফৰ কনিষ্টবল গৰাকীক বলাৎকাৰ কৰাৰ ঘটনাই এতিয়া কঁপনিৰ সৃষ্টি কৰিছে বাহিনীটোত।চিআৰপিএফে এই ঘটনাৰ তদন্ত কৰিবলৈ এখন সমিতি গঠন কৰি দিছে।

Recent News

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd