• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিৰ দৰে তিৱা স্বায়ত্ত শাসিত পৰিষদো দখল কৰিব বিজেপিয়ে : মুখ্য মন্ত্ৰী সোণোৱাল

চানু গগৈ by চানু গগৈ
December 14, 2020 6:51 pm
sarbananda-sonowal

সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো, উৎস ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আগতে যেনেকৈ কৈছিলো বিটিআৰত আমাৰ চৰকাৰ হ’ব, তেনেকৈয়ে হ’ল। এতিয়াও কও যে তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনতো আমাৰ দলৰ চৰকাৰেই পৰিষদ গঠন কৰিব সেয়া নিশ্চিত’, মৰিগাঁৱত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী সভাত অংশ লৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই মন্তব্য কৰে।

মৰিগাঁও হাইস্কুল খেলপথাৰত আজি অনুষ্ঠিত বিশাল নিবাচৰ্নী সভাত মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয় যে বিগত চাৰে চাৰি বছৰত অসমৰ ৰাইজে আমাৰ চৰকাৰখনে কৰা উন্নয়নৰ প্ৰতিচ্ছবি চাই আমাৰ দলৰ চৰকাৰক হিয়া উজাৰি সমৰ্থন কৰিব।

Apply Now

তেওঁ লগতে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ পাহাৰ-ভৈয়াম, বৰাক-বহ্মপুত্ৰৰ ৰাইজক এক কৰি যি সমন্বয়ৰ
বাৰ্তা দিছে তাৰেই ফলশ্ৰুতিত আজি আমি সফলতাৰ সন্ধান পাইছো, ৰাইজে আমাক আদৰি লৈছে।

এইবোৰ কাৰণৰ বাবেই সকলো ৰাইজকে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনায় সোণোৱালে।

মনকৰিবলগীয়া যে ৩৬টা সংসদীয় সমষ্টিৰে পৰিবেষ্টিত তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনীয় প্ৰচাৰ সভাত শাসক-বিৰোধীৰ ৰথী-মহাৰথীসকলে সমষ্টিসমূহৰ পৰিবেশ গৰম কৰি অহা সময়তে আজি জিলাখনত উপস্থিত হোৱা ৰাজ্যপ্ৰধান জনৰ নিৰ্বাচনী প্ৰচাৰে বিশেষ তাৎপৰ্য বহন কৰিছে ৰাজনৈতিক বিশ্লেষক মহলৰ মাজত।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd