• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় নাগৰিকত্ব প্ৰমান কৰিবলৈ সংগ্ৰাম কৰি অৱশেষত মৃত্যুক সাৱটিলে অসমৰ ১০৪বছৰীয়া বৃদ্ধই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2020 10:09 am
ChandradharDas

চন্দ্ৰধৰ দাস।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুবছৰতকৈয়ো অধিক সময় নিজৰ ভাৰতীয় নাগৰিকত্ব প্ৰমান কৰিবলৈ সংগ্ৰাম কৰি থকা অসমৰ কাছাৰ জিলাৰ ১০৪বছৰীয়া ব্যক্তিগৰাকীৰ মৃত্যু ঘটিল।

বাংলাদেশৰ পৰা অহা এগৰাকী বিদেশী বুলি ঘোষণা হোৱাৰ পাছত ২০১৮চনত আটক হোৱা চন্দ্ৰধৰ দাসৰ দেওবাৰে কাছাৰ জিলাৰ আম্ৰাঘাটৰ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।

Apply Now

দাসৰ কন্যা নিয়তিয়ে কয় যে তেওঁ দীৰ্গদিন ধৰি অসুস্থ আছিল আৰু কেইমাহ ধৰি ভালদৰে খাব পৰা নাছিল।

‘’দেওবাৰে নিশা ১০-৩০ বজাত তেওঁৰ মৃত্যু হয়,’’-নিয়তিয়ে কয়।

শতবৰ্ষীয় ব্যক্তিগৰাকীৰ এটাই মাত্ৰ ইচ্ছা আছিল তেওঁ এগৰাকী ভাৰতীয় নাগৰিক হিচাপে শেষ নিশ্বাস ত্যাগ কৰিব বিচাৰিছিল।

দাসক ২০১৮ৰ জানুৱাৰিত শিলচৰৰ বিদেশী ন্যায়াধীকৰণে এগৰাকী বিদেশী বুলি ঘোষণা কৰিছিল আৰু তাৰপাছতেই শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

‘’দাসে ন্যায়াধীকৰণৰ আগত উপস্থিত হ’ব নোৱাৰাৰ বাবে এয়া আছিল একপক্ষীয় ৰায়,’’-দাসৰ অধিবক্তা সুমন চৌধুৰীয়ে কয়।

কাৰাগাৰত থকা সময়ত দাসৰ স্বাস্থ্য ভাল নাছিল, দুৰ্বল আছিল আৰু কোনোমতেহে খোজকাঢ়িব পাৰিছিল।

তেওঁৰ স্বাস্থ্যৰ অৱনতি গটিবলৈ আৰম্ভ কৰাৰ পাছত তেওঁক মানৱীয়তাৰ ভিত্তিত তিনিমাহৰ বাবে জামিনত মুকলি কৰি দিয়া হৈছিল।

অধিবক্তা চৌধুৰীয়ে জানিবলৈ দিয়া মতে,  বিদেশী ন্যায়াধীকৰণে পূৰ্বৰ একপক্ষীয়া ৰায়ক একাষৰীয়া কৰি ৰাখি দাসক জামিনত মুকলি দিছিল আৰু গোচৰটো নতুনকৈ পৰীক্ষা কৰিব দিছিল।

অধিবক্তা চৌধুৰীয়ে কয় যে দাসৰ নাগৰিকত্বৰ দাবীৰ ভিত্তি আছিল ১৯৬৬চনত ত্ৰিপুৰাৰ আগৰতলাত লাভ কৰা এখন এগৰাকী শৰণাৰ্থী পঞ্জীয়ন প্ৰমানপত্ৰ য’ত উল্লেখ থকা মতে তেওঁৰ জন্ম হৈছিল পূব পাকিস্তানৰ কুমিল্লাত।

‘’এই নথি ত্ৰিপুৰাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰীক্ষণ কৰিবলৈ এতিয়াও বাকী আছিল যাৰ বাবে তেওঁৰ গোচৰটো পৰি আছিল,’’- চৌধুৰীৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে ‘ইষ্ট ম’জো’ৱে।

২০১৯ৰ ডিচেম্বৰত সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছত পৰিয়ালে আশা কৰিছিল যে অৱশেষত দাসে তেওঁৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব।

‘’মোৰ দেউতাৰ একমাত্ৰ ইচ্ছা আছিল যে তেওঁ এগৰাকী ভাৰতীয় হিচাপে মৰিবলৈ বিচাৰিছিল। কিন্তু সেয়া হৈ নুঠিল। দেওবাৰে নিশা আম্ৰাঘাটৰ আমাৰ ঘৰত তেওঁৰ মৃত্যু হয়,’’-কন্যা নিয়তি দাসে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd