• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থকাৰ কথা নিশ্চিত কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2020 4:18 pm
a boris
410
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচিীত ভাগ লোৱাৰ কথা নিশ্চিত কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

আজি ব্ৰিটেইনৰ বিদেশ সচিব ডমিনিক ৰাবে এই কথা প্ৰকাশ কৰে। উল্লেখ্য ভাৰতৰ কৃষক বিদ্ৰোহক সমৰ্থন জনোৱা জনছনে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিবনে নে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছিল।

ইপিনে মহামাৰীৰ মাজতেই ৰাজধানী চহৰ দিল্লীত তীব্ৰ ৰূপত চলি আছে অহা ২৬ জানুৱাৰিত হ’বলগীয়া গণৰাজ্য দিৱসৰ প্ৰস্তুতি।

এইবাৰৰ গণৰাজ্য দিৱসৰ বিশেষ অতিথিৰূপে উপস্থিত থাকিবলৈ ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনক পূৰ্বেই অনুৰোধ জনাইছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

প্ৰধান মন্ত্ৰী মোদীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছে বিট্ৰেইনে। ইপিনে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আজি  ফোনযোগে  ব্ৰিটেইনৰ বিদেশ সচিব ডমিনিক ৰাবৰ সৈতে  বাৰ্তালাপত কৰে।

কিছ বৰিছ জনছনে অহা বছৰ হ’বলগীয়া জি-৭ শিখৰ সন্মিলনৰ বাবে প্ৰধান মন্ত্ৰী মোদীক বৃটেইনলৈ নিমন্ত্ৰণ জনায়।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা ২৭ নৱেম্বৰত এটা টুইটৰ জৰিয়তে এই কথা জানিবলৈ দিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী হিচাপে জন মেজৰে ১৯৯৩ চনত গণৰাজ্য দিৱস উপলক্ষ্যে ভাৰতলৈ আহিছিল।

Recent News

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd