• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

OLX ৰ বিক্ৰীৰ তালিকাত প্ৰধানমন্ত্ৰী মোডীৰ বাৰাণসীৰ কাৰ্যালয়; ৪জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2020 8:48 am
pmo office Varanasi
1.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰাণসীৰ কাৰ্যালয় বিক্ৰীৰ বিজ্ঞাপন OLX ৰ ৱেবছাইটত প্ৰকাশ পোৱাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

প্ৰধানমন্ত্ৰী বাৰণসীৰ কাৰ্যালয়টো ৭.৫কোটি টকাত বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ পোৱা এই ঘটনাত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

অভিযোগ অনুসৰি, বিজ্ঞাপনটোত নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ ছবিসহ বিশদ তথ্য দিয়া হৈছিল।

আৰক্ষীৰ নিৰ্দেশত  OLX ৰ ৱেবছাইটৰ পৰা বিজ্ঞাপনটো অঁতৰাই পেলোৱা হৈছে। লগতে এই সন্দৰ্ব এখন এজাহাৰো দাখিল কৰা হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে তদন্ত চলাই থকা হৈছে আৰু তাৰ মাজতে যিজন লোকে ছবিখন তুলিছিল তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

OLX ৰ ৱেবছাইটৰ সেই বিজ্ঞাপনটোত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংসদীয় কাৰ্যালয়টো এটা চাৰিটা বেডৰুম আৰু চাৰিটা টয়লেটসহ মুঠ ৬৫০০বৰ্গফুটৰ ভিলা হিচাপে বিক্ৰীৰ বিজ্ঞাপন দিয়া হৈছে।

ঘটনাটোত জড়িত থকাৰ সন্দেহত বাৰাণসী আৰক্ষীয়ে আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বিজ্ঞাপনত বিক্ৰেতাৰ নাম লক্ষ্মীকান্ত ওজা বুলি উল্লেখ কৰা হৈছে। এই সন্দৰ্ভতো বিতং তদন্ত চলাই থকা হৈছে।

OLX ৰ দৰে ই-কমাৰ্ছ ৱেবছাইটত ভুৱা বিজ্ঞাপন ইয়াৰ পূৰ্বেও কেইবাবাৰো প্ৰকাশিত হৈছিল। যোৱা ছেপ্টেম্বৰ মাহত  কেইবাজনৰো বিৰুদ্ধে সেনাবাহিনীত কৰ্মৰত বুলি ভুৱা পৰিচয় ব্যৱহাৰ কৰি গ্ৰাহকৰ সৈতে প্ৰবঞ্চনা কৰাৰ অভিযোগো উঠিছিল।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd