• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাইস্কুল টে’ট উত্তীৰ্ণ শিক্ষক বাছনিত গুৰুতৰ অনিয়ম : উচিত ব্যৱস্থা গ্ৰহণৰ দাবী এছ এফ আই-ডি ৱাই এফ আইৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2020 5:13 pm
Assam-TET-on-October-20
2.4k
VIEWS
Share on FacebookShare on Twitter

ন্যায়ালয়ত বিচাৰ চলি থকাৰ মাজতে গুৰুতৰ অনিয়মেৰে ৫,৭৪৬ টা হাইস্কুল টে’ট উত্তীৰ্ণ শিক্ষক পদৰ প্রথমখন মেধাৰ তালিকা(প্রভিজনেল) প্রকাশ কৰাত আশ্চৰ্য প্রকাশ কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

সংগঠন দুটাৰ সম্পাদক ক্ৰমে নিৰংকুশ নাথ আৰু  নয়ন ভূঞা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মাধ্যমিক শিক্ষা বিভাগে অনিযমেৰে মেধা তালিকা প্রকাশ কৰা বুলি অভিযোগ কৰি দুয়োটা সংগঠনে পৰিষদৰ এই কাৰ্যক ধিক্কাৰ জনাইছে আৰু মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি দিবলৈ দাবী জনাইছে।

এপি এছ চি, আই এছ, কনিষ্টবল নিযুক্তি কেলেংকাৰীৰ পাছত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো গুৰুতৰ অনিয়ম আৰু কেলেংকাৰী হোৱাৰ অভিযোগ উঠিছে। শিক্ষকৰ দৰে পদত অনিযমেৰে নিযুক্তি দিয়া কাৰ্যটো ৰাজ্যখনৰ বাবে দুৰ্ভাগ্যজনক বুলিও অভিহিত কৰিছে সংগঠন দুটাই৷

উল্লেখনীয় যে বি এড পৰীক্ষাৰ প্রমাণ পত্ৰ আৰু নম্বৰ, অৰ্থনৈতিকভাৱে পিচ পৰা শ্ৰেণীৰ প্রমাণ পত্ৰ, অভিজ্ঞতাৰ প্রমাণ পত্ৰৰ নামত ভয়ংকৰ জালিয়াতি হৈছে। ইয়াৰ ফলত প্রকৃত মেধাৱী প্রাৰ্থীসকল বঞ্চিত হ’ব।

বিবৃতিটোত কোৱা হৈছে যে ‘প্রকাশিত বাতৰি অনুসৰি কোনো কোনো প্ৰাৰ্থীয়ে বি এডত ১০০%নম্বৰ পাইছে; যিটো ভাবিব নোৱাৰা কথা। আনকি বহিঃৰাজ্যৰ অপৰিচিত বি এড প্রতিষ্ঠানৰ পৰা বি এড ডিগ্ৰী লোৱা প্ৰাৰ্থীৰ প্রমাণ পত্ৰৰ বিশেষ পৰীক্ষণৰ ব্যৱস্থা নহ’ল।’

‘অৱস্থাসম্পন্ন প্রার্থীও অৰ্থনৈতিকভাৱে পিচ পৰা শ্ৰেণীৰ প্রমাণ পত্ৰ দি বাচনি হোৱাৰ তথ্য প্রকাশ পাইছে বুলিও অভিযোগ ছাত্ৰ সংগঠন দুটাৰ। এইবোৰ ঘটনাই দেখুৱাইছে যে বিজেপি চৰকাৰে স্বজন-তোষণৰ নীতিক প্ৰশ্ৰয় দিছে। এয়া বিজেপি চৰকাৰৰ দুৰ্নীতিবিৰোধী নীতিৰ প্রতিয়ে চৰম ভেঙুচালি।’ বিবৃতিটোত কোৱা হয়।

উল্লেখ্য যে হাইস্কুল স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টে’ট পৰীক্ষাত “গ্ৰেছ মাৰ্ক” দি পাছ কৰাই দিয়াক লৈ উচ্চ ন্যায়ালত এটা গোচৰ চলি আছে।

এই গোচৰ মাজতে কালি মাজ নিশা মাধ্যমিক শিক্ষা বিভাগে হঠাৎ শিক্ষকৰ মেধা তালিকা প্রকাশ কৰে।

বিজেপি চৰকাৰ আৰু শিক্ষা বিভাগৰ এই স্বজন-তোষণ আৰু অনিয়ম বন্ধ কৰি দুৰ্নীতিমুক্ত প্রক্ৰিয়াৰে মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি দিবলৈ এছ এফ আই -ডি ৱাই এফ আইয়ে দাবী জনাইছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd