• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পু্ত্ৰৰ পৰ্ণ ভিডিঅ’ৰ সংগ্ৰহ নষ্ট কৰি ৫৫ লাখ টকাৰ ক্ষতিপূৰণ ভৰিলে এহাল পিতৃ-মাতৃয়ে, ক’ত এই ঘটনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2020 1:07 pm
a son-sues-parents-87k-
725
VIEWS
Share on FacebookShare on Twitter

পৰ্ণ ভিডিঅ’ চোৱাত অভ্যস্ত পুত্ৰ।

পুৱতি নিশালৈকে লেপটপত কেৱল চাই থাকে পৰ্ণ ভিডিঅ’।

সেয়ে শাৰীৰিক,মানসিক ভাবে ক্ষতিৰ সন্মুখীন হৈছিল পুত্ৰ।

পুত্ৰৰ এনে অৱক্ষয় সহ্য কৰিব নোৱাৰি পিতৃ-মাতৃয়ে এদিন ধ্বংস কৰি পেলালে পুত্ৰৰ সকলো পৰ্ণ ভিডিঅ’ৰ সংগ্ৰহ।

এই কথা জানিব পাৰি খঙত অগ্নিশৰ্মা হৈ পৰিল পুত্ৰ।

খঙৰ ভমকত ন্যায় বিচাৰি পুত্ৰ পালেগৈ আদালতৰ মজিয়া।

আমেৰিকাৰ মিছিগানৰ ঘটনা এয়া।মিছিগানৰ আদালতত পুত্ৰই তেওঁৰ বহু দিনৰে পৰা সযতনে ৰখা পৰ্ণ ভিডিঅ’ৰ সংগ্ৰহ নষ্ট কৰি পেলোৱা বাবে পিতৃ-মাতৃৰ পৰা ৭৫ হাজাৰ ডলাৰৰ ক্ষতিপূৰণ বিচাৰি আদালতত গোচৰ তৰিলে।

মিছিগানৰ ডেভিড ৰেকিংয়েৰ নামৰ যুৱকজনৰ গোচৰটোকলৈ বেছ কিছুদিন শুনানি চলিল।

ডেভিডৰ সংগ্ৰহত আছিল ১৬০৫ খন পৰ্ণ ভিডিঅ’ৰ ডিভিডি।

এই আটাইখিনিয়েই ধ্বংস কৰিছিল তেওঁৰ পিতৃ-মাতৃয়ে।

অৱশেষত মিছিগানৰ আদালতে ডেভিডে তৰা গোচৰ সন্দৰ্ভত চূড়ান্ত ৰায় প্ৰদান কৰে।

আদালতে এই বুলি ৰায় দিয়ে যে কাৰোৱাৰ সংগ্ৰহত থকা বস্তু গৰাকীৰ সন্মতি অবিহনে নষ্ট কৰি ডেভিডৰ পিতৃ-মাতৃয়ে অপৰাধ কৰিছে।

সেইবাবে ডেভিডে বিচৰা ধৰণেই ৭৫ হাজাৰ ডলাৰৰ ক্ষতিপূৰণ আদায় দিবলৈ আদালতে পিতৃ-মাতৃক নিৰ্দেশ দিয়ে।

ক্ষতিপূৰণৰ এই ধনৰ পৰিমাণ ভাৰতীয় মুদ্ৰাৰ হিচাবত প্ৰায় ৫৫,২০,৭৫০ টকা হব।

আদালতৰ এই ৰায়ৰ পিছত এতিয়া মূৰত সৰগ ভাগি পৰিছে যুৱক জনৰ পিতৃ-মাতৃৰ। ইয়াকে কয় উপকাৰীক অজগৰে খায়।

Recent News

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd