• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য?: দৌৰত তিনি প্ৰাক্তন ইএম আৰু বিধায়কৰ পুত্ৰ

চানু গগৈ by চানু গগৈ
December 20, 2020 3:03 pm
index.jpg1
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোন হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য? দৌৰত প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, প্ৰাক্তন অধ্যক্ষ খগেন চন্দ্ৰ বৰদলৈ আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰী। এই লৈ এতিয়া শিবিৰে শিবিৰে অব্যাহত আছে গুণা-গঠা।

উল্লেখ্য যে, কালি ঘোষিত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী ফলাফল অনুসৰি শাসকীয় বিজেপি দলে অভূতপূৰ্ৱ সাফল্য লাভ কৰি পৰিষদৰ ৩৬ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৩৩ খন আসন লাভ কৰি তিৱা স্বায়ত্ত পৰিষদ দখল কৰে।

Apply Now

বিজয় উল্লাসত মত্ত থকা প্ৰাৰ্থীসকলৰ মাজৰ কোনগৰাকী প্ৰাৰ্থীয়ে লোভনীয় মুখ্য কাৰ্যবাহী পদটো লাভ কৰিবলৈ সক্ষম হয় সেই বিষয়টোৱে সম্প্ৰতি চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

পূৰ্বৰ আটাইকেইজন মুখ্য কাৰ্যবাহী  সদস্যৰ বিৰুদ্ধে আছে সীমাহীন দুৰ্নীতি আৰু কেলেংকাৰিৰ অভিযোগ। পৱন মান্তাৰ লগতে তুলসী বৰদলৈ, খগেন চন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈ অহাৰ লগতে প্ৰাক্তন মুখা কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধেও আছে বিয়াগোম দুৰ্নীতি, কেলেংকাৰিৰ লগতে যৌন কেলেংকাৰিৰো অভিযোগ।

সেয়ে ৰমাকান্ত দেউৰীয়ে পুত্ৰ মদন দেউৰীক মুখ্য কাৰ্যবাহী সদস্য হোৱাতো তিৱা জনসাধাৰণে বিচৰা নাই।

ইফালে মুখ্য কাৰ্যবাহীৰ পদটো লাভ কৰাৰ আশাৰে আটাইকেইগৰাকী সদস্যই দলীয়  তথা চৰকাৰৰ শীৰ্ষ মহলৰে সঘন যোগাযোগ অব্যাহত ৰখা বুলিও এটি বিশেষ সূত্ৰই নৰ্থ ইষ্ট নাওৰ আগৰ সদৰী কৰিছে।

আনহাতে, বিগত সময়ত শাসনৰ নামত কেৱল লুণ্ঠন, অবাধ দুৰ্নীতি, কেলেংকাৰিৰে সামগ্ৰিকভাৱে তিৱা পৰিষদখনক অস্থিৰ কৰি সমষ্টি উন্নয়নৰ ফালে পিঠি দি সদস্যসকলে কোৰোনাৰে ৰাইজৰ ধনসমূহ উদৰস্থ কৰিছিল বুলি সবৰ্ত্ৰে চৰ্চা চলিছে।

তেনে ক্ষেত্ৰত নৱ-নিৰ্বাচিত পাৰিষদসকলে ক্ষমতা লাভৰ মোহত আচ্ছন্ন হৈ পূৰ্ৱৰ ধাৰাবাহিকতাকে অক্ষুণ্ণ ৰাখিব নেকি? এনে বহু প্ৰশ্নই এতিয়া পৰিষদৰ অন্তৰ্ভূক্ত সাধাৰাণ ভোটাৰৰ মনত সন্দেহৰ ওপিছে।

উল্লেখ্য যে এখন শক্তিশালী, সৱল নেতৃত্বৰ পৰিষদ গঠনৰ যোগে পিছপৰা জনগোষ্ঠীটোৰ লগতে পৰিষদৰ এলেকাধীন আন জনগোষ্ঠীয় ৰাইজৰ সামগ্ৰীক বিকাশৰ হেতুকে গঠিত তিৱা পৰিষদখনৰ কৰ্মদক্ষতা ওপৰতে নিৰ্ভৰ কৰিছে পৰিষদৰ ভৱিষ্যত।

সেয়ে হয়তু পৰিৱৰ্তনৰ স্বাৰ্থত মধ্য অসমৰ জনসাধাৰণে অভূতপূৰ্ৱ জনাদেশ দি পৰিষদখন গঠনত গেৰুৱা বাহিনীক বিপুলভাৱে সমৰ্থন আগবঢ়াইছিল।

সেই কথা উপলব্ধি কৰি এতিয়া কেনেদৰে নৱ-নিৰ্ৱাচিত পৰিষদখনক দুৰ্নীতিমুক্ত, নিকা পৰিষদ গঠন কৰে সেয়াহে অনাগত সময়ত লক্ষণীয় হ’ব বুলি জিলাখনৰ ৰাজনৈতিক বিশ্লেষক মহলত মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd