• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও জিলা সাহিত্য সভাত কবি মেল : ৮০ গৰাকী কবিয়ে জীপাল কৰিলে সাহিত্য সভা ভৱন

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
December 20, 2020 7:48 pm
IMG_20201220_185618
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জিলা সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কমলাদেৱী তোদী ভৱনত এখন কবি মেল অনুষ্ঠিত হয়।

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট কবি-সাহিত্যিক পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত কবি সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথে।

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° মঞ্জু লস্কৰে সঞ্চালনা কৰা কবি মেলখনত আমন্ত্ৰিত কবিসকলৰ উপৰি জিলাখনৰ অন্তৰ্গত শাখা সাহিত্য সভাৰ কবি প্ৰতিনিধিয়ে কবিতা পাঠ কৰে।

আজিৰ কবি মেল অনুষ্ঠানত ডাঃ প্ৰয়াগ শইকীয়া, দুলাল চন্দ্ৰ দাস, ড° বসন্ত কুমাৰ গোস্বামী, মৃণাল কুমাৰ বৰা, বিজন পাটৰ, তেজেন হাজৰিকা, কবিন ভাগৱতী, প্ৰদীপ শইকীয়া, মিণ্টু দাস, দীপ্তি বৰা, স্বপ্না কলিতা, দ্বিজেন্দ্ৰ মোহন শইকীয়া, কৃষ্ণ দৈমাৰী, কবীন পাটৰ, তপন কুমাৰ নগঞা, দুৰ্গেশ্বৰ বৰকটকী, পৱন শৰ্মা, ৰিজু কটকী, নৱ ৰাজন, মেধি ধন, হিমাদ্ৰী হাজৰিকাকে প্ৰমুখ্য কৰি প্ৰায় ৮০ গৰাকী কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁ‌ত অনুষ্ঠানটোত নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱেশ মেধি, স্বপ্না কলিতা, জিলা কবি সন্মিলনৰ আহ্বায়ক বিচিত্ৰ নাৰায়ণ বৰা, কাৰ্যকৰী সভাপতি প্ৰদীপ শইকীয়া, নগাঁও জিলা প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিসহ কবি মেলখনত দুই শতাধিক লোক উপস্থিত থাকে।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাণক্য নীতি: এই ৫ ব্যক্তি শত্ৰুতকৈ বেছি বিপজ্জনক, কেতিয়াও বন্ধুত্ব নকৰিব

চাণক্য নীতি: এই ৫ ব্যক্তি শত্ৰুতকৈ বেছি বিপজ্জনক, কেতিয়াও বন্ধুত্ব নকৰিব

September 12, 2025 7:15 am
মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

September 12, 2025 6:30 am
ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাণক্য নীতি: এই ৫ ব্যক্তি শত্ৰুতকৈ বেছি বিপজ্জনক, কেতিয়াও বন্ধুত্ব নকৰিব

চাণক্য নীতি: এই ৫ ব্যক্তি শত্ৰুতকৈ বেছি বিপজ্জনক, কেতিয়াও বন্ধুত্ব নকৰিব

September 12, 2025 7:15 am
মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

September 12, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd