• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰিটেইনতে নহয়, বিশ্বৰ আন ৫খন দেশতো বিয়পি পৰিছে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2020 7:54 am
WhatsApp Image 2020-12-22 at 10.58.26 AM

নতুন কৰ'না ভাইৰাছে লণ্ডনত বৃদ্ধি কৰিছে আতংক।

277
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনক লৈ সমগ্ৰ বিশ্বতে আকৌ এবাৰ আতংকময় পৰিস্থিতিৰ আশংকা কৰা হৈছে। ইতিমধ্যে, ভাৰতকে ধৰি ১২খন দেশলৈ ব্ৰিটেইনৰ পৰা আহিবলগীয়া বিমান সেৱা স্থগিত কৰা হৈছে।

বাতৰি অনুসৰি, এতিয়ালৈকে বিশ্বৰ কমেও ৫খন দেশত কৰ’নাৰ নতুন ষ্ট্ৰেন পোৱা গৈছে। তদুপৰি, আন দেশসমূহতো ইয়াক লৈ আশংকা বৃদ্ধি পাইছে।

আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত দাবী কৰা হৈছে যে ব্ৰিটেইনৰ লগতে ডেনমাৰ্ক, নেদাৰলেণ্ডছ, অষ্ট্ৰেলিয়া আৰু ইটালীতো কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন পোৱা গৈছে।

ব্ৰিটেইনৰ এগৰাকী যাত্ৰী ৰোমলৈ অহাৰ পাছত ইটালীতো ভাইৰাছৰ নতুন ষ্ট্ৰেন পোৱা গৈছে। নতুন ভাইৰাছ সম্পৰ্কে ফ্ৰান্সকো সতৰ্ক কৰি দিয়া হৈছে। কৰ’নাৰ নতুন ষ্ট্ৰেন গৈ পোৱাৰ সম্ভাৱনাৰ কথা ফ্ৰান্সে সদৰী কৰিছে।

মিউটেশ্যনৰ জৰিয়তে সৃষ্টি হোৱা নতুন কৰ’না ভাইৰাছক অধিক সংক্ৰামক বুলি কোৱা হৈছে। ব্ৰিটেইনত ব্যাপক হাৰত কৰ’না আক্ৰান্ত বৃদ্ধি পোৱাৰ কাৰণো এই নতুন ষ্ট্ৰেন বুলি কোৱা হৈছে।

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন ৭৯শতাংশ সংক্ৰামক। নৱেম্বৰ মাহতেই ডেনমাৰ্কত ৯টা আৰু অষ্ট্ৰেলিয়াত এটা কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনৰ সন্ধান পোৱা গৈছিল।

নেদাৰলেণ্ডছতো চলিত মাহত কৰ’না ভাইৰাছৰ এটা নতুন ষ্ট্ৰেন পুনৰ পোৱা গৈছে। বেলজিয়ামত সেয়া কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন হয়নে নহয় সেইটো নিশ্চিত কৰিব পৰা নাই।

বাতৰি অনুসৰি, সম্প্ৰতি ব্ৰিটেইনৰ লণ্ডনত কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন দ্ৰুতভাৱে বিয়পি পৰিছে। ইয়াৰ বাবেই তাত সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আনহাতে, উত্তৰ আয়াৰলেণ্ডতো কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন গৈ পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে।

Tags: COVID-19

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd