• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না বিৰোধী যুঁজত জয়ৰ দিশে ভাৰত! ৬ মাহৰ মূৰত হ্ৰাস পালে আক্ৰান্তৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2020 11:38 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

903
VIEWS
Share on FacebookShare on Twitter

ভাৰতত দ্ৰুত গতিত হ্ৰাস পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। তথ্য অনুসৰি যোৱা ৬ মাহৰ অন্তত প্ৰথমবাৰৰ বাবে এটা দিনত দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২০ হাজাৰ তললৈ হ্ৰাস পাইছে।

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি থকা ভাৰতৰ বাবে এয়া যথেষ্ট উৎফুল্লিত খবৰ।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৯৫৫৬ গৰাকী লোক ক’ৰ’না ভাইৰাছাত আক্ৰান্ত হৈছে।

ইফালে ইয়াৰ ফলত মৃত্যু ঘটিছে ৩০১ জন লোকৰ।

২ জুলাইৰ পিছত অৰ্থাৎ ৬ মাহৰ মূৰত এইদৰে ক’ৰ’না সংক্ৰমণৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে সোমবাৰে ২৪,৩৩৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ সংখ্যাৰ তুলনাত মঙলবাৰৰ দিনটোত এই সংখ্যা প্ৰায় চাৰে চাৰি হাজাৰলৈকে হ্ৰাস পাইছে।

ইয়াৰ উপৰি সোমবাৰে ৩৩ গৰাকী লোক ক’ৰ’নাৰ ফলত মৃত্যু হৈছিল আৰু আজি ৩০১ জন লোক মৃত্যু হোৱা বুলি তথ্য আহিছে। অৰ্থাৎ সোমবাৰৰ তুলনাত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে ৩২ জনলৈকে।

আনহাতে দেশত এতিয়া সক্ৰিয় ৰোগাৰ সংখ্যা তিনি লাখৰো কম। এই সংখ্যা মুঠ আক্ৰান্তৰ মাত্ৰ ৩ শতাংশ।

যোৱা ২৪ ঘণ্টাত ক’ৰ’নাৰ পৰা মুক্ত হৈছে ৩০,৩৭৬ গৰাকী।

বৰ্তমান ভাৰতত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৯২,৫১৮ গৰাকী। ইফালে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৯৬,৩৬,৪৮৭ গৰাকী।

ভাৰতত ক’ৰ’না আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ১,০০,৭৫,১১৬ গৰাকী। ইয়াৰে ১,৪৬,১১ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে।

উল্লেখ্য যে সক্ৰিয় ৰোগীৰ সংখ্যাৰ ফালৰ পৰা দেশৰ ভিতৰত কেৰালা শীৰ্ষত আছে। ৰাজ্যখনত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬০ হাজাৰ ৫২২ গৰাকী।

সক্ৰিয় ৰোগীৰ সংখ্যাৰ ফালৰ ৫৯ হাজাৰ ৪৬৯ গৰাকী ৰোগীৰে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd