• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জন্মু-কাশ্মীৰৰ স্থানীয় নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা! : বৃহৎ ব্যৱধানত আগবাঢ়িছে যৌথ আঞ্চলিক শক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2020 3:21 pm
jk128
319
VIEWS
Share on FacebookShare on Twitter

জন্মু-কাশ্মীৰৰ স্থানীয় জিলা উন্নয়ন পৰিষদ(DDC)ৰ নিৰ্বাচন মুখ থেকেচা খাইছে ভাৰতীয় জনতা পাৰ্টিয়ে।

বৰ্তমানেও ভোট গণনা চলি থকা জন্মু কাশ্মীৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত ফাৰুক আব্দুলাৰ নেতৃত্বাধীন আঞ্চলিক মিত্ৰ শক্তি গুপকৰ ডিক্লীৰেশ্যনে বিজেপিতকৈ বৃহ পৰিমাণৰ আসনত আগবাঢ়ি আছে।

গুপকৰ আঞ্চলিক মিত্ৰ শক্তিত ফাৰুক আব্দুলাৰ নেশ্যনেল কনফাৰেনচ আৰু মেহবুবা মুফটিৰ পিপলছ ডেমক্ৰেটিকছ পাৰ্টিও আছে।

উল্লেখ্য যে জন্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ ক্ষমতা কৰ্তনৰ পিছত এইটোৱে হৈছে প্ৰথমটো নিৰ্বাচন আৰু এই প্ৰথমটো নিৰ্বাচনতে বিজেপিয়ে পিছ পৰি ৰোৱাটোৱে বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰা বুলি মত প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

জন্মু-কাশ্মীৰৰ ২০ খন জিলাৰ জিলা উন্নয়ন পৰিষদৰ ২৮০ টা সমষ্টিত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ভোট গণনা এতিয়াও চলি আছে আৰু এই প্ৰতিবেদ প্ৰস্তুত কৰা পৰ্যন্ত গুপকৰ আঞ্চলিক মিত্ৰ শক্তিয়ে ৮৮ খন, বিজেপিয়ে ৪৪ খন আৰু কংগ্ৰেচে ২০ খন আসনত আগবাঢ়ি আছে।

জন্মু প্ৰভিন্সৰ বিজেপিয়ে ৪৪ খন আৰু গুপকৰে মিত্ৰ শক্তিয়ে ২০ খন আসনত আগবাঢ়ি আছে। ইফালে কাশ্মীৰত গুপকৰে ৬১ আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ৩ খন আসনত আগবাঢ়ি আছে।

অৱশ্যে এতিয়া ভোট গণনা পূৰ্ণ গতিত চলি আছে আৰু যিকোনো সময়তে নিৰ্বাচনী ফলাফলৰ চিত্ৰপট সলনি হ’ব পাৰে।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd