• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘স্বাভাৱিক মৃত্যু নহয়, ডিয়েগ’ মাৰাডোনাই কৰিছিল আত্মহ্ত্যা’!; কোনে কৰিলে এই বিস্ফোৰক দাবী?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2020 4:09 pm
37098068-9074981-image-a-42_1608546629441
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ফুটবল ইতিহাসৰ জীৱন্ত কিংবদন্তি ডিয়েগ’ মাৰাডোনা খেলুৱৈ জীৱনৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈকে আছিল বিতৰ্কৰ কেন্দ্ৰবিন্দু। এই কিংবদন্তি ফুটবলাৰগৰাকীক মৃত্যু পিছতো পিছ এৰা নাই বিতৰ্কই।

মাৰাডোনাৰ মৃত্যুত সমগ্ৰ বিশ্বই শোকত ম্ৰিয়মাণ হৈ থাকোতেই তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰি বিতৰ্কৰ অৱতাৰণা হৈছিল।

হৃদযন্ত্ৰৰ ক্ৰিয়া হঠাতে স্তব্ধ হৈ মাৰাডোনাৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল যদিও তেওঁৰ চিকিৎসকৰ ভূমিকাক কেন্দ্ৰি কৰি বিতৰ্কৰ সূত্ৰপাত হৈছিল।

সেই বিতৰ্কৰ ঢৌ সম্পূৰ্ণৰূপে মাৰ নৌযাওতেই এইবাৰ মাৰাডোনাৰ প্ৰাক্তন ব্যক্তিগত চিকিৎসক আলফ্ৰেডো কাহে দাবী কৰিছে যে হৃদৰোগত আক্ৰান্ত হ’লেও মাৰাডোনাই আত্মহত্যাহে কৰিছে।

চিকিৎসক আলফ্ৰাডোৰ এই দাবীৰ পিছতে সমগ্ৰ বিশ্বতে মাৰাডোনাৰ মৃত্যুক কেন্দ্ৰ কৰি আৰম্ভ হৈছে অন্য এক বিতৰ্কৰ।

উল্লেখ্য যে, ১৯৭৭ চনৰ পৰা ২০০৭ চন পৰ্যন্ত দীৰ্ঘ সময় ধৰি মাৰাডোনাৰ ব্যক্তিগত চিকিৎসক আছিল আলফ্ৰাডো।

বিশ্বৰ এক আগশাৰী সংবাদ মাধ্যমত আলফ্ৰাডোৱে কয়, “ডিয়েগ’ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাটো এক ধৰণৰ আত্মহত্যাহে আছিল। মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ পিছৰে পৰা ডিয়েগ’ মানসিক অৱসাদত ভুগিছিল। তেওঁ ঠিক মতে খোৱা-বোৱা কৰিব পৰা নাছিল। ঔষধ খাবলৈ বিচৰা নাছিল। গৃহবন্দী হৈ আছিল। কাকো সাক্ষাৎ কৰা নাছিল। ডিয়েগ’ৱে মৃত্যুৰ কিছুদিন পূৰ্বে প্ৰাক্তন বান্ধৱী ভেৰোনিকাৰ সৈতে কথা পাতিছিল। শুনিছো, ডিয়েগ’ বাৰে বাৰে ভেৰোনিকাক কৈছিল, তেওঁ জীয়াই থাকিব নোখোজে। আমাৰ মতে ডিয়েগ’ মৃত্যু হৈছে এক আত্মহত্যা।”

২০০৭ চনতো মাৰাডোনাই আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল বুলি বিস্ফোৰক দাবী কৰিছে চিকিৎসক আলফ্ৰাডোৱে।

“২০০৭ চনত ডিয়েগ’ৱে কিউবাৰ ৰাজপথত ইচ্ছা কৰিয়ে চলন্ত বাছত খুন্দা মাৰিছিল। কিন্তু তেওঁ সেইবাৰলৈ ৰক্ষা পৰিছিল। মই তেওঁ সুধিছিলো, তুমি কি আত্মহ্যতা কৰিব খুজিছিলা? ডিয়েগ’ৱে কৈছিল, হয়। আজি নোৱাৰিলো, কিন্তু ভৱিষ্যতে আকৌ এবাৰ কৰাৰ চেষ্টা কৰিম।” আলফ্ৰেডোৱে সাক্ষাৎকাৰটোত কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm
আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

September 12, 2025 7:00 pm
দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd