• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিচিত পুনৰ আৰম্ভ হৈছে অস্ত্ৰৰ জনজননি! : নিশা কৃষক ঘৰত গুলীচালনা কৰি পলায়ন বন্দুকধাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2020 5:16 pm
maxresdefault
289
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে তামুলপুৰৰ মেছগুৰীৰ পুখুৰীপাৰ গাঁৱত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা।

নিশা প্ৰায় ৯ বজাত অঞ্চলটোৰ কৃষ্ণ দাস নামৰ কৃষকজনৰ ঘৰত মুখত ক’লা কাপোৰ বান্ধি হাতত উদ্যত মাৰণাস্ত্ৰ লৈ প্ৰবেশ কৰা এটা তিনিজনীয়া দূৰ্বৃত্তৰ দলে গুলীচালনা সংঘটিত কৰাৰ বাতৰি পোৱা গৈছে।

ঘটনাৰ বিৱৰণীৰ মতে শোৱাপাতিৰ পৰা পৰিয়ালৰ লোকক উঠাই ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে শোৱনি কোঠাটো প্ৰবেশ কৰে দুবৃত্তৰ দলটোৱে।

দুৰ্বত্তৰ তাণ্ডৱৰ মাজতে সুযোগ বুজি পৰিয়ালৰ এজন সদস্য চিঞৰ বাখৰ কৰি ওচৰ-চুবুৰীয়াক খবৰ দিয়ে। লোকজনে চিঞৰ বাখৰ কৰাৰ  লগে লগে গুলীচালনা কৰি দুৰ্বৃত্তৰ দলটোৱে পলায়ণ কৰে। দলটো কাষতে থকা মটঙা নৈৰে পলাই যায় বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

ঘটনাৰ সন্দৰ্ভত নিশাই তামুলপুৰ আৰক্ষীক খবৰ দিয়া হয়। খবৰ পাই নিশাই তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন মেধিৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে ঘৰৰ ভিতৰৰ পৰা এটা 9 MM পিষ্টলৰ খালী কাৰ্টিজো উদ্ধাৰ কৰে। ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

আজি পুৱা মুছলপুৰত বিজেপি কৰ্মী মিন্টু কলিতাৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ যোৱা নিশাৰ এই ঘটনাই স্বাভাৱিকতেই শংকা নমাই আনিছে বিটিচি অঞ্চলত।

বিটিচিত পুনৰ হিংসাৰ বিভিষিকাই উকমুকনি দিছে নেকি? বিটিচি নিৰ্বাচনৰ এমাহ নহওতেই পুনৰ অস্ত্ৰৰ জনজননি আৰম্ভ হ’ল নেকি বিটিআৰত? এই প্ৰশ্নই শংকিত কৰি তুলিছে বিটিআৰবাসীক।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd