• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰচণ্ড শীত প্ৰবাহে জোকাৰি যাব উত্তৰ ভাৰতক, বতৰ বিজ্ঞান কেন্দ্ৰ আগজাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2020 12:56 pm
a cold
226
VIEWS
Share on FacebookShare on Twitter

ডিচেম্বৰ মাহৰ শেষৰ পিনে দেশৰ বিবিন্ন প্ৰান্ত প্ৰচণ্ড শীত প্ৰবাহৰ সৃষ্টি হৈছে।

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত শীত প্ৰবাহে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ২৯ ডিচেম্বৰৰ পৰা সমগ্ৰ উত্তৰ ভাৰততে শীত প্ৰবাহৰ মাত্ৰা বহু গুণে বৃদ্ধি পাব। দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ,বিহাৰ আদি ৰাজ্য সমূহত এতিয়াৰে পৰা শীতে অধিক সংহাৰ চলাব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ সূত্ৰই প্ৰকাশ কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলতো এই কেইদিনত শীতৰ পৰিমাণ বৃদ্ধি পাব।

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বতৰ আহি থকা কেইটামান দিনত শুকান হৈ থাকিব আৰু কুঁৱলীয়ে সংহাৰৰ সৃষ্টি কৰিব বুলি জানিব পৰা গৈছে।

ইপিনে শীত প্ৰবাহ বৃদ্ধি পোৱাৰ সমান্তৰাল ভাবে দেশৰ বিভিন্ন প্ৰান্তত ফ্লু জাতীয় ৰোগে মূৰ দাঙি উঠিছে। ক’ৰ’ণাতংকৰ সময়তে এনে ফ্লু জাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱে  সকলোকে শংকিত কৰি তোলা পৰিলক্ষিত হৈছে।

ব্ৰিটেইনকে  ধৰি ইউৰোপৰ আঠ খন দেশত নতুন ধৰণৰ ক’ৰ’ণাই আতংকৰ সৃষ্টি কৰাৰ সময়তে ভাৰততো ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনৰ প্ৰৱেশ ঘটিব পাৰে বুলি আশংকা কৰা হৈছে।

শীত প্ৰবাহে এই আশংকা আৰু অধিক বঢ়াই তোলা পৰিলক্ষিত হৈছে।ভাৰতে অৱশ্যে ব্ৰিটেইনৰ পৰা ভাৰতলৈ সকলো বিমানৰ আগমণ ৩১ ডিচেম্বৰলৈ বন্ধ কৰি দিছে।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd