• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্ণাটকৰ বিধান পৰিষদৰ উপাধ্যক্ষৰ আত্মহত্যা!: চুইচাইড নোটসহ ৰে’ল লাইনত উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2020 9:49 am
index.jpgn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আত্মহত্যা কৰিছে কৰ্ণাটকৰ বিধান পৰিষদৰ উপাধ্যক্ষ এছ এল ধৰ্মেগৌড়াই!

চিকমাঙ্গালুৰুৰ কাদুৰ অঞ্চলৰ এক ৰে’ল লাইনত উদ্ধাৰ কৰা হৈছে উপাধ্যক্ষগৰাকীৰ নিথৰ দেহ।

Apply Now

এনআইএ-এ আৰক্ষীৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে মৃতদেহৰ ওচৰতে এটা চুইচাইড নোটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণীৰ মতে জনতা দল(ইউ)ৰ নেতা তথা কৰ্ণাটক বিধান পৰিষদৰ উপাধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ধৰ্মেগৌড়াই সোমবাৰে নিশা ঘৰৰ পৰা উলাই গৈছিল।

বহু সময়লৈকে তেওঁ ওভতি নহাৰ বাবে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে সন্ধান কৰি মংগলবাৰে পুৱা ধৰ্মেগৌড়াৰ নিথৰ দেহটো ৰে’ল লাইনত উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ পিছত এয়া আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ সকলোবোৰ দিশ অনুসন্ধান কৰাৰ পোষকা কৰি তদন্ত আৰম্ভ কৰিছে।

It is shocking to learn the news of Deputy Speaker of State Legislative Council and JDS leader SL Dharmegowda’s suicide. He was a calm and decent man. This is a loss of the state: HD Deve Gowda, former PM and JDS leader (File pic) https://t.co/3NHL9rJElz pic.twitter.com/BtdaLzjtwF

— ANI (@ANI) December 29, 2020

আত্মহত্যা বুলি সন্দেহ কৰিলেও তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘটনাটোক আত্মহত্যা বুলি ঘোষণা কৰিব নোৱাৰি বুলি প্ৰকাশ কৰিছে তদন্তকাৰী বিষয়াই।

ধৰ্মেগৌড়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দল(ইউ)ৰ প্ৰধান এইচ ডি দেৱেগৌড়াই।

“এই খবৰে আমাক অতি আঘাত দিছে। তেওঁ অত্যন্ত সৎ আছিল। তেওঁৰ মৃত্যুৱে ৰাজ্যৰ লগতে দলৰ বিস্তৰ ক্ষতি কৰিব। ভগৱানে তেওঁৰ পৰিয়ালক কুশলে ৰাখক।” প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱেগৌড়াই কয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে কৰ্ণাটক বিধান পৰিষদৰ অধিৱেশনত সদন পৰিচালনা কৰি থকা অৱস্থাত বিৰোধী কংগ্ৰেছৰ সদস্যলকলে ধৰ্মেগৌড়াক আগুৰি ধৰি শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল।

উক্ত ঘটনাটোৱে ধৰ্মেগৌড়াৰ আত্মসন্মানত আঘাত কৰাৰ ফলতে এনে চৰম সিদ্ধান্ত লোৱাৰ সম্ভাৱনাকো নস্যাৎ কৰিব নোৱাৰি বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক মহলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd