• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

উত্তৰ-পূবৰ বাবে সুকীয়া সময় মণ্ডলৰ ক্ষেত্ৰত কেন্দ্ৰ  উদাসীন কিয়? 

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
March 16, 2018 12:22 pm
North east India time zone
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৰ্বাঞ্চলক আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘পূবলৈ চোৱা নীতি’ক বাস্তৱত ৰূপ দিয়াৰ বিষয়ত যিমানেই সফলতাৰ দাবী নকৰক কিন্তু অঞ্চলটোৰ বাবে অতীৱ প্ৰয়োজনীয় এটি সুকীয়া সময় মণ্ডলৰ যি আৱশ্যকতা সেই বিষয়ত এক ঔদাসিন্য দেখুৱাই অহাটো দেখা গৈছে।

এই বিষয়ত ভাৰত চৰকাৰে চীনক অনুকৰণ কৰা যেন লাগে। ভাৰতৰ দৰে চীনটো এটাই সময় মণ্ডল আছে আৰু সেই বিষয়ত দেশখনৰ পশ্চিম সীমান্তৰ ৰাজ্য ঝিনঝিয়াঙৰ অধিবাসীসকলে গ্ৰীষ্মকালি প্ৰায় মাজ নিশা সূৰ্য অস্ত যায় বুলি অভিযোগ কৰি আহিছে।

Apply Now

কিন্ত কেন্দ্ৰই মানি লোৱাত সৈমান হোৱা নাই যদিও উত্তৰ পূব বাবে সুকীয়া সময় মণ্ডলৰ ধাৰণাটো যথাৰ্থ ভাৱে আৱশ্যকীয় আৰু এই বিষয়টো মাজে সময়ে ভালেকেইগৰাকীমান প্ৰবীণ ৰাজনৈতিক নেতাই উত্থাপনো কৰি আহিছে।

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খান্দুৱে ২০১৭ চনৰ জুন মাহত উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া সময় মণ্ডলৰ দাবী তুলিছিল। খান্দুৰ যুক্তি আছিল এই যে এই এলেকাটোত সোনকালে সূৰ্যাস্ত হোৱা হেতুকে দিনৰ কেইবা ঘণ্টাও অপচয় হয়।

খান্দুৱে লগতে কৈছিল যে ভৰতৰ সুদূৰ পূব প্ৰান্তত অৱস্থিত অৰুণাচলৰ দৰে ৰাজ্যই ৪ বজাতেই সূৰ্যৰ পোহৰ লাভ কৰে আৰু  তাৰ পিছত চৰকাৰী কাৰ্যালয়সমূহ খোলাৰ বাবে সুদীৰ্ঘ ৬ ঘণ্টা অপেক্ষা কৰাটো সময়ৰ অপচয়ত বাদে আন একো নহয়। তেওঁ আৰু কয় যে কাৰ্যালয়সমূহত আবেলি লাইট জ্বলাই ৰাখিবলগীয়া হয়, যাৰ বাবে অতিৰিক্ত বিজুলী শক্তিৰ খৰচ হয়।

ভাৰতৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী খান্দুৱে কৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ সময় দেৰ ঘণ্টা আগুৱাই দিলে সময় আৰু বিজুলী শক্তি দুয়োটাৰে অৱচয় ৰোধ কৰিব পৰা যাব।

পূৰ্বে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও এই বিষয়টো উত্থাপন কৰিছিল আৰু ভাৰতত অতি কমেও তিনিটা সময় মণ্ডলৰ আৱশ্যকতা থকা বুলি প্ৰকাশ কৰিছিল। গগৈয়ে দাবী কৰিছিল যে ব্ৰিটিছ শাসনৰ সময়ত ভাৰতত বোম্বে, কলিকতা আৰু বাগান (চাহ বাগিচা) সময় মণ্ডল নামৰ তিনিটা সময় মণ্ডল আছিল।

উল্লেখ্য যে আজিও চাহ বাগিচা আৰু খাৰুৱা তেল উদ্যোগসমূহে ব্ৰিটিছ সময়ৰ সময় তালিকা মানি চলে। অৰুণাচলৰ কিবিথু আৰু কচ্চ একোটা সময় মণ্ডলত থাকিব পাৰে কেনেকৈ?

যদিহে কেন্দ্ৰই ভাবে যে সময় মণ্ডলৰ বিষয়টো ভাৰতৰ ৰাষ্ট্ৰীয় অখণ্ডতাৰ সৈতে জৰিত বিষয়, সেইক্ষেত্ৰত দেশখনৰ নীতি প্ৰণেতাসকলে আমেৰিকাৰ উদাহৰণ চাব পাৰে। চীনতো এসময়ত ভিন্ন সময় মণ্ডল আছিল।

চীনত ১৯১২ চনত ক্কিং ৰাজবংশৰ পতনৰ পিছত নতুনকৈ ক্ষমতালৈ অহা ৰিপাব্লিক অৱ চাইনাই আন্তঃৰাষ্ট্ৰীয় সময় মণ্ডলৰ পৰা চাৰে পাঁচ ঘণ্টাৰ পৰা চাৰে আঠ ঘণ্টালৈকে মুঠ পাঁচটা সময় মণ্ডলেৰে দেশখনৰ সময় মণ্ডল ভাগ কৰিছিল। কিন্তু ১৯৪৯ চনত কমিউনিষ্ট দলে শাসনত বহাৰ পিছত মাও চে টুঙে ঘোষণা কৰিছিল যে দেশখনৰ অখণ্ডতাৰ স্বাৰ্থত চীনৰ সৰ্বত্ৰ বেইজিঙৰ সময় মণ্ডল থকিব।

চীনৰ ক্ষেত্ৰত মাওৰ এই ৰায়ৰ যুক্তিপূৰ্ণ হ’ব পাৰে, কিন্তু ভাৰতৰ ক্ষেত্ৰত সেয়া প্ৰযোজ্য হ’ব পাৰে নেকি তাক জুঁকিয়াই চোৱা প্ৰয়োজন হৈ পৰিছে।

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd