• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিমৰ চলচ্চিত্ৰ নিৰ্মাতাৰ চুটি ছবিয়ে ধুমুহাৰ সষ্টি কৰিছে য়ু টিউবত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2018 12:48 pm
KITABEIN-570x320
588
VIEWS
Share on FacebookShare on Twitter

ছিকিমৰ চলচ্চিত্ৰ নিৰ্মাতা এঞ্জেল শ্বেৰিং লামুৱে পৰিচালনা কৰা চুটি ছবি ‘কিতাবে-দ্য বুক’ এ এসপ্তাহ পূৰ্বে মুক্তি পোৱাৰ পিছত য়ু টিউবত ধুমুহাৰ সৃষ্টি কৰিছে।

ছয় মিনিট ১৮ ছেকেণ্ডৰ চুটি ছবিখনৰ চিত্ৰনাট্যও এঞ্জেলে নিজেই লিখিছে আৰু অনলাইন দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে।

Angel-Tshering-Lhamu
এঞ্জেল শ্বেৰিং

ছিকিমৰ টাডঙৰ ছিকিম চৰকাৰী কলেজৰ পৰা নেপালী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এঞ্জেলে অতি কম বয়সৰ পৰাই সাৱলীল লেখা লিখি আহিছে আৰু ইতিমধ্যে তেওঁ এলানি কবিতাও লিখিছে।

এঞ্জেলে মুম্বাইলৈ গৈ আৰ্ট অফ চিনেমা ইনষ্টিটিউটৰ পৰা ২০১৫-১৬ চনত চলচ্চিত্ৰ নিৰ্মাণৰ ডিপ্ল’মা পাঠ্যক্ৰম সমাপ্ত কৰে।

তাৰ পিছৰে পৰাই তেওঁ বহুতো মিউজিক ভিডিঅ’ আৰু চুটি ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰি আহিছে।

কিতাবে তেওঁৰ পৰিচালক হিচাপে প্ৰথমখন ছবি আৰু ইয়াৰ চিত্ৰনাট্যও তেওঁ নিজেই লিখিছে।

চুটি ছবিখনৰ বাবে আৱহ সংগীত ৰচনা কৰিছে তেওঁৰ গায়ক স্বামী ৰাজ চেত্ৰীয়ে।

Recent News

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd